ETV Bharat / state

চামগুৰিত তিনিডাল দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ - Forest department

নগাঁৱৰ চামগুৰিত উদ্ধাৰ হ'ল তিনিডাল দুষ্প্ৰাপ্য কেঁকো সাপ । ভেলেউগুৰিৰ প্ৰকৃতিপ্ৰেমী দীপজ্যোতি বৰাৰ তৎপৰতাত কেঁকো সাপকেইডাল উদ্ধাৰ হয় । পিছত কেকো সাপকেইডাল লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত এৰি দিয়া হয় ।

Gecko recoverd in Samaguri
চামগুৰিত তিনিডাল দুষ্প্ৰাপ্য কেকো সাপ উদ্ধাৰ
author img

By

Published : Oct 7, 2021, 2:17 PM IST

চাামগুৰি, ৭ অক্টোবৰ: বৃহস্পতিবাাৰে নগাঁৱত উদ্ধাৰ হয় দুষ্প্ৰাপ্য কেঁকো সাপ । চামগুৰিৰ দুমনিৰ এজন লোকৰ ঘৰত কেঁকো সাপ তিনিডাল উদ্ধাৰ হয় । আনহাতে, বাসগৃহত কেঁকো সাপকেইডালে অৱস্থান কৰাত পৰিয়ালটো আতংকিত হৈ পৰে ।

Gecko recoverd in Samaguri
চামগুৰিত তিনিডাল দুষ্প্ৰাপ্য কেকো সাপ উদ্ধাৰ

পিছত ভেলেউগুৰিৰ প্ৰকৃতিপ্ৰেমী যুৱক দীপজ্যোতি বৰাৰ তৎপৰতাত কেঁকো সাপকেইডাল উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা কেঁকো সাপকেইডাল বনৰক্ষীৰ সাক্ষাতত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত এৰি দিয়া হয় । উল্লেখ্য যে, প্ৰায়েই কেঁকো সাপৰ অবৈধ বিক্ৰীৰ ঘটনা পোহৰলৈ আহে ।

কিন্তু, দীপজ্যোতি বৰাই এনেদৰে কেঁকো সাপ উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়া কাৰ্যৰ শলাগ লৈছে ৰাইজে । একাংশ অসাধু লোকে কেঁকো সাপক অবৈধভাৱে বিক্ৰী কৰে যদিও সচেতন লোকে এনে দুষ্প্ৰাপ্য প্ৰাণী উদ্ধাৰ কৰি বন বিভাগক গটাই দিয়াৰো উদাহৰণ আছে ।

লগতে পঢ়ক : সোণাৰিত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.