ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জালত তিনি জুৱাৰী - gamelar arrested

বটদ্ৰৱা আৰক্ষীয়ে জুৱাৰী ক্ৰমে নুৰ মোহাম্মদ, দিলদাৰ হুছেইন আৰু মনুৰ উদ্দিনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

gamelar-arrested
বটদ্ৰৱা আৰক্ষীৰ জালত তিনি জুৱাৰী
author img

By

Published : Dec 14, 2020, 9:51 PM IST

চামগুৰি, 14 ডিচেম্বৰ : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আৰু ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ যৌথ অভিযানত দেওবাৰে ডুমডুমীয়াৰ পৰা তিনি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি জুৱাৰী কেইটাই ৰাজহুৱা স্থানত জুৱা খেল চলাই আহিছিল জুৱাৰীৰ দলটোৱে ।

সোমবাৰে বটদ্ৰৱা আৰক্ষীয়ে জুৱাৰী ক্ৰমে নুৰ মোহাম্মদ, দিলদাৰ হুছেইন আৰু মনুৰ উদ্দিনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ বিভিন্ন অঞ্চলত জুৱা, ড্ৰাগছৰ লগতে বিভিন্ন অসামাজিক কাৰ্য চলাই আহিছে এটা চক্ৰই ৷ আৰক্ষীয়ে ইয়াৰ লগত জড়িত বহুতকে আটক কৰিছে যদিও আন একাংশই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে এই কাৰ্য কলাপ ৷

লগতে পঢ়ক: জোঙালবলহু পৰিষদীয় সমষ্টিত ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.