ETV Bharat / state

কামপুৰত কৃষক নেতা অখিল গগৈক কাৰামুক্ত কৰিবলৈ পুঁজি সংগ্ৰহ

author img

By

Published : Aug 28, 2020, 7:27 AM IST

2021 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা উৎখাত কৰিব বিজেপি চৰকাৰক ৷ সময় আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

Fund collection to release KMSS leader Akhil Gogoi
কামপুৰত কৃষক নেতা অখিল গগৈক কাৰামুক্ত কৰিবলৈ পুঁজি সংগ্ৰহ

বঢ়মপুৰ, 28 আগষ্টঃ বিগত 8 মাহে কাৰাৰুদ্ধ হৈ থকা 'কা' আন্দোলনৰ নেতা অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত আইনী যুঁজৰ বাবে কামপুৰত কৃষক মুক্তিৰ সদস্য সকলে পুঁজি সংগ্ৰহ অভিযান কাৰ্যসূচী আৰম্ভ কৰে । নিজৰ সামৰ্থ অনুযায়ী বহু লোকে সাহাৰ্য্য আগবঢ়োৱা পৰিলক্ষিত হয় । ৰাইজৰ বিপুল সহাঁৰি পাই কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই ঘোষণা কৰে যে, অহা 2021 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা উৎখাত কৰিব বিজেপি চৰকাৰক ৷ সময় আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায় নিৰ্বাচনত অৱতীৰ্ণ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

অহা অক্টোবৰ মাহৰ ভিতৰত নতুন অঞ্চলিক দল গঠন কৰিব কৃষক মুক্তিয়ে ৷ আনকি বিজেপি চৰকাৰক ৰোধিবলৈ সকলো আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিক একলগ হ’বলৈও আহ্বান জনাই কৃষক মুক্তিৰ সভাপতি ৰাজু বৰাই ৷ উল্লেখ্য যে, বিজেপি মিত্ৰজোঁট চৰকাৰে 'কা' আন্দোলনৰ সময়ত কৃষক নেতা অখিল গগৈৰ নামত ন ন গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যক সকলোৱে ধিক্কাৰ দিয়ে ৷

লগতে পঢ়কঃ পুনৰ অগপৰ সভাপতিৰ আসনত অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.