ETV Bharat / state

এইবাৰ বঢ়মপুৰ সমষ্টিত চকু প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ ! - প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই

নগাঁৱৰ বঢ়মপুৰ সমষ্টিত উপস্থিত প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক লৈ মন্তব্য কৰাৰ লগতে কংগ্ৰেছ-AIUDFৰ মিত্ৰজোঁটক সমালোচনা কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে ৷

Former MP Rajen Gohain is at Barhampur
বঢ়মপুৰত প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই
author img

By

Published : Sep 20, 2020, 1:03 PM IST

বঢ়মপুৰ, 20 ছেপ্তেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ যেন বঢ়মপুৰ সমষ্টিত চকু দিয়া পৰিলক্ষিত হৈছে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইক ৷

‘‘প্ৰফুল্ল কুমাৰ মহন্তৰ আগতকৈ গণভিত্তি হেৰাইছে আৰু মহন্তক পুনৰ টিকট দিলে মিত্ৰজোঁটে বঢ়মপুৰ সমষ্টি হেৰুৱাব লাগিব’’ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৪ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ‘সেৱা সপ্তাহ’ৰ অন্তিমটো দিনত ৰহা সমষ্টিৰ হাটবৰ আৰু ৰজাগাঁৱত বৃক্ষৰোপন কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন সাংসদ গৰাকীয়ে এই মন্তব্য আগবঢ়ায় ৷

বঢ়মপুৰত প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই

লগতে তেওঁ কয় যে, ‘‘AIUDF হৈছে বাংলাদেশীৰে ভৰপূৰ এটা দল ৷ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰজোঁটে বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে ৷ যদি কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰে, তেন্তে বাংলাদেশী শক্তিশালী হৈ উঠিব’’ ৷

বঢ়মপুৰত প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই

লগতে পঢ়ক: বিপদত ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগঃ সবিশেষ জনালে প্ৰযোজক মুনীন্দ্ৰ বৰ্মণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.