ETV Bharat / state

নগাঁৱত প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু

হৃদযন্ত্ৰৰ ৰোগতো আক্ৰান্ত আছিল নিহত গুলোক শৰ্মা। ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত ক’ভিড পৰীক্ষা কৰা হয়। কিন্তু পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই মৃত্যু হয় লোকজনৰ।

first-covid-19-positive-patients-deaths-at-nagaon
নগাঁৱত প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু
author img

By

Published : Aug 2, 2020, 8:27 PM IST

Updated : Aug 2, 2020, 9:21 PM IST

নগাঁও,2আগষ্টঃ নগাঁও জিলাত ভয়ংকৰ গনসংক্ৰমণ হোৱাত মৃত্যু হৈছে প্ৰথমজন কৰ'ণা আক্ৰান্ত ৰোগীৰ। দীৰ্ঘদিন ধৰি হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হৈ থকা নগাঁৱৰ মাজপাঠৰীৰ গুলোক শৰ্মাৰ নাতিনিয়েক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত দেওবাৰে ৮০ৰ উৰ্ধৰ গুলোক শৰ্মাৰ কৰা হয় ক’ভিড-19 পৰীক্ষা।

নগাঁৱত প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

ইপিনে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবেই দেওবাৰে ১০৮ এম্বুলেঞ্চ সেৱাৰ সহায়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত ক’ভিড পৰীক্ষা কৰা হয়। কিন্তু পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পূৰ্বেই মৃত্যু হয় লোকজনৰ। মৃত্যুৰ কিছু সময়ৰ পিছতেই গুলোক শৰ্মা ক’ভিড -১৯ পজিটিভ ফলাফল আহে । ১০৮ এম্বুলেঞ্চত থকা অৱস্থাতে মৃত্যু হয় গুলোক শৰ্মাৰ ৷ বৰ্তমানলৈকে ব্যক্তিজনৰ সৎকাৰৰ হোৱা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ হোজাইত চৰকাৰী বিনামূলীয় ধানৰ বীজ বিতৰণ

Last Updated : Aug 2, 2020, 9:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.