ETV Bharat / state

কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী

author img

By

Published : Jun 2, 2020, 6:55 PM IST

Updated : Jun 2, 2020, 7:07 PM IST

মিছা আদৰ্শ হাইস্কুলত থকা নমুনা সংগ্ৰহ কেন্দ্ৰই স্বাৱ সংগ্ৰহ কৰিছিল যুৱকজনৰ। মঙলবাৰে নমুনা পৰীক্ষাৰ অন্তত যুৱকজন "কভিড পজিটিভ" বুলি ঘোষণা কৰে স্বাস্থ‍্য বিভাগে।

First Covid 19 positive patient found in Kaliabar
কলিয়াবৰত প্ৰথমজন Covid 19 ত আক্ৰান্ত ৰোগী

কলিয়াবৰ, 2 জুনঃ কলিয়াবৰত ধৰা পৰিল প্ৰথমজন Covid-19ত আক্ৰান্ত ৰোগী ৷ দিল্লীৰ পৰা আহি শালনা বাপুজী হাইস্কুলত কোৱাৰেণ্টাইনত আছিল যুৱকজন। মিছা আদৰ্শ হাইস্কুলত থকা নমুনা সংগ্ৰহ কেন্দ্ৰই স্বাৱ সংগ্ৰহ কৰিছিল যুৱকজনৰ। মঙলবাৰে নমুনা পৰীক্ষাৰ অন্তত যুৱকজন "কভিড পজিটিভ" বুলি ঘোষণা কৰে স্বাস্থ‍্য বিভাগে । যুৱকজন কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত ভোমোৰাগুৰিৰ বুলি জানিব পৰা গৈছে । ইতিমধ‍্যে,নগাঁও Covid চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক।

লগতে পঢ়কঃ বাইহাটাত কোভিড-19 আক্ৰান্ত মহকুমা স্বাস্থ্য বিষয়া

Last Updated : Jun 2, 2020, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.