ETV Bharat / state

নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনা,আহত 1

author img

By

Published : May 15, 2020, 5:06 PM IST

Updated : May 17, 2020, 12:48 PM IST

আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতে আৰ্জু আলী নামৰ এজন লোকে আৰক্ষীৰ পিষ্টল কাঢ়ি নিয়াৰ চেষ্টা কৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে ৷ যাৰ ফলত প্ৰদীপ বণিয়া নামৰ এগৰাকী আৰক্ষীৰ গুলীত আহত হয় আৰ্জু আলী ।

firing incident at nagaon
নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনা,আহত 1

নগাঁও,15 মে'ঃ নগাঁৱৰ বৰবজাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ ঘটনা অনুসৰি লক ডাউন শিথিলতাৰ সুযোগ লৈ বৰবজাৰত ভিৰ কৰিছিল বহু লোকে ৷ তেনে সময়তে বৰবজাৰত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দল উপস্থিত হোৱাৰ পিছতে আৰ্জু আলী নামৰ এজন লোকে আৰক্ষীৰ পিষ্টল কাঢ়ি নিয়াৰ চেষ্টা কৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে ৷ যাৰ ফলত প্ৰদীপ বণিয়া নামৰ এগৰাকী আৰক্ষীৰ গুলীত আৰ্জু আলী আহত হোৱাৰ অভিযোগ কৰিছে একাংশ ৰাইজে । ততাতৈয়াকৈ আৰ্জু আলীক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

নগাঁৱত সংঘটিত গুলীচালনাৰ ঘটনা,আহত 1

লগতে পঢ়কঃগুজৰাটৰ চুৰটত আবদ্ধ অসমৰ ২৫জনকৈ শ্ৰমিক

Last Updated : May 17, 2020, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.