ETV Bharat / state

নগাঁৱৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Nov 2, 2019, 1:19 PM IST

শুকুৰবাৰে নিশা নগাঁৱৰ মোৱামাৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলত মোৱামাৰী বজাৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ঘটনা ৷ অগ্নিকাণ্ডটোত ভস্মীভূত দহখনকৈ দোকান ৷

নগাঁৱৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড

নগাঁও, 2 নৱেম্বৰঃ শুকুৰবাৰে নিশা নগাঁৱৰ মোৱামাৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলত মোৱামাৰী বজাৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ লগতে ভস্মীভূত হয় প্ৰায় দহখনকৈ দোকান ৷

নগাঁৱৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি,মোৱামাৰী বজাৰৰ এখন ঔষধৰ দোকানত সূত্ৰপাত হয় অগ্নিকাণ্ডটোৰ ৷ তাৰ পাছতেই আন আন দোকানলৈ বিয়পি পৰে জুই ৷ ঘটনাস্থলীত সীমা সুৰক্ষা বাহিনীৰ জোৱানে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ৷ যদিও কেৱল তিনি কিঃমিঃ আতৰত থকা অগ্নি নিৰ্বাপক বাহিনীক ঘটনাস্থলীত উপস্থিত হ'বলৈ সময় লাগে এঘন্টা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ এনে কাণ্ডক লৈ ক্ষুব্ধ হয় স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ বিত্তীয় বৰ্ষৰ দ্বিতীয়টো Q2ত IOCৰ লোকচান 83 শতাংশ

Intro:চামুগুৰিৰ মোৱামাৰীত বিধ্বংসী অগ্নিকাণ্ড। Body::নগাঁৱৰ চামগুৰিৰ মোৱামাৰি দৈনিক বজাৰত নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ।বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডটোত বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় ।অতৰ্কিতে অতি ব্যস্ত অঞ্চলটোত জুই লগাত জুইয়ে সম্পূৰ্ণৰূপে প্ৰায় দহ খন দোকান ভস্মীভূত কৰে আৰু পোনপ্ৰথমে এখন ঔষধৰ দোকানত জুই লগাৰ পাছত
জুই আন বহু কেইখন দোকানলৈ বিয়পি পৰে ।পাছত অতি ভয়ংকৰভাৱে বাঢ়ি গৈ থকা জুই প্ৰত্যক্ষ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ একাধিক জোৱানে স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ দুঃসাহসীক চেষ্টা কৰে আৰু কিছুপৰিমাণে জুই নুমুৱাবলৈ সক্ষম হয় ।আনহাতে মাত্ৰ তিনি কিলোমিটাৰ আতঁৰত অৰ্থ্যাৎ চামগুৰি সোণোৰিবালীত থকা অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ পৰা ঘটনাস্থলীত উপস্থিত হবলৈ অগ্নি নিৰ্বাপক বাহিনীক এক ঘণ্টা লগা বিষয়ক কেন্দ্ৰ কৰি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
Bites
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
2-11-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.