ETV Bharat / state

নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড - নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড

নগাঁৱৰ আৰক্ষী কনিষ্টবলৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড । দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ আৰক্ষী কনিষ্টবলৰ ।

নগাঁও
নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড
author img

By

Published : Feb 7, 2020, 11:02 PM IST

নগাঁও, 7 ফেব্ৰুৱাৰীঃ নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ চৰকাৰী আবাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । নগাঁও আৰক্ষী চাউনীৰ সমীপতে আৰক্ষী কনিষ্টবল নজৰুল ইছলামে পৰিয়ালসহ বাস কৰা আৰক্ষীৰ চৰকাৰী আবাসগৃহত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই । বৰ্তমান পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুৰ্বৃত্তই নজৰুল ইছলামৰ পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰাৰ উদ্দেশ্যে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী কনিষ্টবল গৰাকীয়ে । বাংলাদেশী এটা পৰিয়ালে এই ঘটনা সংঘটিত কৰা বুলিও অভিযোগ কনিষ্টবল গৰাকীৰ৷

নগাঁৱৰ চৰকাৰী আবাসগৃহত অগ্নিকাণ্ড

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই আৰক্ষী কনিষ্টবল নজৰুল ইছলাম আৰু এটা পৰিয়ালৰ মাজত চলি আছিল ভূমি বিবাদ । তাৰ পৰিণতিতে ঘৰত অগ্নি সংযোগ কৰে বুলি মন্তব্য কৰে নজৰুল ইছলামে ৷ অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ ।

আৰু পঢ়কঃ মহুৰাপথাৰত শংকৰ সংঘৰ অধিবেশনৰ ধৰ্মধ্বজ্বা উত্তোলন

Intro:আৰক্ষী কনিষ্টবলৰ বাসগৃহত অগ্নিকাণ্ড। দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ আৰক্ষী কনিষ্টবলৰ।

Body:নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ চৰকাৰী আবাসগৃহত সংঘটিত হয় এক অগণকাণ্ডৰ ঘটনা। নগাওঁ আৰক্ষী চাউনিৰ সমীপতে আৰক্ষী কনিষ্টবল নজৰুল ইছলামে পৰিয়ালসহ বাস কৰা আৰক্ষীৰ চৰকাৰী আবাসগৃহত শুক্ৰবাৰে পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও দুৰ্বৃত্তই নজৰুল ইছলামৰ পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰাৰ উদ্দেশ্যে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষী কনিষ্টবলজনে। বাংলাদেশী এটা পৰিয়ালে এই ঘটনা সংঘটিত কৰা বুলিও অভিযোগ কনিষ্টবলজনৰ। দীৰ্ঘদিনৰ পৰাই আৰক্ষী কনিষ্টবল নজৰুল ইছলাম আৰু এটা পৰিয়ালৰ মাজত চলি আছিল ভূমি বিবাদ। অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ।
bite-
-----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-২-২০

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.