ETV Bharat / state

এডাল ভলুকা বাঁহকলৈ দুই ফৈদৰ মাজত কাজিয়া - Fight between two family

এডাল সাধাৰণ বাঁহক লৈ ধিঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এডাল ভলুকা বাঁহক লৈ প্ৰচণ্ড মাৰপিট হয় দুই ফৈদৰ মাজত । এই মাৰপিটৰ ঘটনাত আহত হয় এটা পৰিয়ালৰ কেইবাজনো সদস্য। ঘটনাটো সংঘটিত হৈছে ধিঙৰ উধানতলাত ।

এডাল ভলুকা বাঁহকলৈ দুই ফৈদৰ মাজত কাজিয়া

author img

By

Published : Apr 23, 2021, 10:08 PM IST

চামগুৰি, 23 এপ্ৰিল : এডাল সাধাৰণ বাঁহক লৈ ধিঙত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এডাল ভলুকা বাঁহক লৈ প্ৰচণ্ড মাৰপিট হয় দুই ফৈদৰ মাজত ।এই মাৰপিটৰ ঘটনাত আহত হয় এটা পৰিয়ালৰ কেইবাজনো সদস্য। ঘটনাটো সংঘটিত হৈছে ধিঙৰ উধানতলাত ।

জানিব পৰা মতে, ৰফিকুল ইছলাম নামৰ লোকজনে ঘৰৰ ওচৰতে থকা বাহঁনীত এডাল ভলুকা বাঁহ কাটি থকা অৱস্থাত একেখন গাঁৱৰে চলমান আলীৰ নেতৃত্বত অহা সাত জনীয়া এটা দলে চোকা অস্ত্ৰৰে বেয়াকে আঘাত কৰাৰ লগতে তেওঁৰ পত্নী আৰু জীয়াৰীকো আক্ৰমণ কৰি আহত কৰে ।

এডাল ভলুকা বাঁহকলৈ দুই ফৈদৰ মাজত কাজিয়া

ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামে চুলতান আলী সহ সাতজন অপৰাধীৰ বিৰুদ্ধে ডুমডুমীয়া উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ বৰ্তমানলৈকে আৰক্ষীয়ে কোনো এজন অপৰধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ ফলস্বৰূপে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক:বৰঙণিৰ টকাৰে সংগীবৃন্দ-৯২ বিহু কমিটিয়ে কিনিলে এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.