ETV Bharat / state

মোৱাইলৰ বাবে পিতৃয়ে বিয়া দিলে ১২ বছৰীয়া কিশোৰীক !

কঠিয়াতলী আৰক্ষী চকী অন্তৰ্গত কামপুৰ বৰহোলা গাঁৱৰ বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃ তৰুণ শইকীয়া অৱশেষত আৰক্ষীৰ হাতত ।

author img

By

Published : Jul 27, 2019, 1:17 PM IST

Updated : Jul 27, 2019, 1:32 PM IST

বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃক আটক

বৰহমপুৰ, 27 জুলাই: নিজৰ বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃ তৰুণ শইকীয়া অৱশেষত আৰক্ষীৰ হাতত । ঘটনাটো সংঘটিত হৈছিল কঠিয়াতলী আৰক্ষী চকী অন্তৰ্গত কামপুৰ বৰহোলা গাঁৱত । ইফালে তৰুন শইকীয়াৰ লগতে বাৰ বছৰীয়া কিশোৰী বিবাহ কৰিব বিচৰা কঠিয়াতলি গৰুবন্ধাৰ প্ৰদীপ শইকীয়াকো (40) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । পিতৃ তৰুন শইকীয়াই কেইটামান টকা আৰু মোবাইল ফোনৰ লোভত নিজৰ বাৰ বছৰীয়া জীয়ৰীক এজন মানসিক বিকাৰ গ্ৰস্তৰ লোকৰ লগত বিয়া দিয়াৰ প্ৰস্তুতি চলাইছিল ।

বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃক আটক

সোমবাৰে চাইল্ড লাইনৰ লগতে নগাওঁ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰি বৰ্তমানে চাইল্ড লাইনৰ তত্বাৱধানত ৰাখিছে কিশোৰী গৰাকীক । শিশু কল্যান সমিতিয়ে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তৰুন শইকীয়া আৰু প্ৰদীপ শইকীয়াক । বাতৰি লিখা পৰলৈ পলাই আছে আন এজন অপৰাধী প্ৰদীপ শইকীয়াৰ পিতৃ বিৰেন শইকীয়া ।

Intro:বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃক আটক ।

Anchor= নিজৰ বাৰ বছৰীয়া কন্যাক বিয়া দিবলৈ প্ৰস্তুতি চলোৱা পিতৃ তৰুণ শইকীয়া অৱশেষত হাতত হেণ্ডকাফ লাগিল। ঘটনাটো সংঘটিত হৈছিল কঠিয়াতলী আৰক্ষী চকী অন্তৰ্গত কামপুৰ বৰহোলা গাৱত। ইফালে তৰুন শইকীয়াৰ লগতে বাৰ বছৰীয়া কিশোৰী বিবাহ কৰিব বিচৰা কঠিয়াতলি গৰুবন্ধাৰ প্ৰদীপ শইকীয়াকো (40) গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পিতৃ তৰুন শইকীয়াই কেইটামান টকা আৰু মবাইল ফোনৰ লোভত নিজৰ বাৰ বছৰীয়া জীয়ৰীক এজন মানসিক বিকাৰ গ্ৰস্তৰ লোকৰ লগত বিয়া দিয়াৰ প্ৰস্তুতি চলাইছিল। সোমবাৰে চাইল্ড লাইনৰ লগতে নগাওঁ জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰি বৰ্তমানে চাইল্ড লাইনৰ তত্বাবধানত ৰাখিছে কিশোৰী গৰাকীক। শিশু কল্যান সমিতিয়ে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তৰুন শইকীয়া আৰু প্ৰদীপ শইকীয়াক।বাতৰি লিখা পৰলৈ পলাই আছে আন এজন অপৰাধী প্ৰদীপ শইকীয়া পিতৃ বিৰেন শইকীয়া ।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Jul 27, 2019, 1:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.