ETV Bharat / state

লক্ ডাউনে বিপন্ন কৰিছে কৃষকৰ জীৱনৰ

লক্ ডাউনৰ বাবে বিপদত পৰিছে কৃষক ৷ সময় মতে ফচল বিক্ৰী কৰিব নোৱাৰাত লোকচানৰ সন্মূখীন হৈছে ৰাজ্যৰ কৃষক সকল ৷ ঋণ পৰিশোধৰ চিন্তাই হতাশাত পোলাইছে কৃষকক ৷

farmer getting lose due to Lock down
farmer getting lose due to Lock down
author img

By

Published : Apr 5, 2020, 4:49 PM IST

ধিং, 5 এপ্ৰিল : মৈৰাবাৰীত ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুল উৎপাদনকাৰী কৃষকৰ হাহাকাৰ ৷ লক্ ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কৃষক সকল ৷ বিশেষকৈ ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুলবোৰ নষ্ট হ'বলৈ ধৰিছে । মৈৰাবাৰীৰ নুৰুল আমিন নামৰ লোক জনে ছয় বিঘা মাটিত ষ্ট্ৰৱেৰী আৰু জাৰবেৰা ফুলৰ খেতি কৰিছিল ৷ কিন্তু বৰ্তমান কোনো সভা-সমিতি অথবা বিয়া-সবাহ নোহোৱাত জাৰবেৰা ফুল বিক্রী কৰিব নোৱাৰা হৈছে। ইপিনে ষ্ট্ৰৱেৰী সমূহ পকি পথাৰতে পচিবলৈ ধৰিছে। যাৰ বাবে লোকচানৰ সন্মখীন হৈছে কৃষকগৰাকী ।

লক্ ডাউনে লোকচানত পেলাইছে কৃষকক

লগতে পঢ়ক : লক্ ডাউন : কৃষকৰ আশাত চেঁচাপানী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.