ETV Bharat / state

নগাঁও জিলাৰ আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন

নগাঁও জিলাৰ আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষকে ৰূপহীহাটৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ পৰ্যবেক্ষকজনে ভোট কেন্দ্ৰসমূহৰ প্ৰস্তুতি আৰু সুৰক্ষা দিশটো পৰ্যবেক্ষণ কৰে ৷

election official visited rupohihat voting centra
ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নগাঁও জিলাৰ আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ
author img

By

Published : Mar 12, 2021, 10:44 PM IST

ৰূপহীহাট, 12 মাৰ্চ : নগাঁও জিলাৰ আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষকে ৰূপহীহাটৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ পৰ্যবেক্ষকজনে ভোট কেন্দ্ৰসমূহৰ প্ৰস্তুতি আৰু সুৰক্ষা দিশটো পৰ্যবেক্ষণ কৰে ৷

আৰক্ষীৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা আইপিএছ বিষয়া গুৰিন্দৰ সিং ধিলনে পৰিদৰ্শন কৰে ভোট গ্ৰহণ কেন্দ্ৰসমূহ। ৰূপহীহাট সমষ্টিৰ জুৰীয়া মৌজাৰ নৈপৰীয়া বালুচৰ, সূতিৰপাৰ আৰু জুৰীয়া বজাৰৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিস্থিতি বুজ লয়।

লগতে পঢ়ক: ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.