ETV Bharat / state

ধিং লাহৰিঘাটত ভোটাৰৰ মাজত সজাগতা সভা - লোকসভা নিৰ্বাচন

শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে সজাগতা সভা

ভোটাৰৰ মাজত সজাগতা সভা
author img

By

Published : Mar 26, 2019, 6:55 PM IST

ধিং, 26 মাৰ্চঃসমাগত লোকসভা নিৰ্বাচন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধিঙটো শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে মঙলবাৰে লাহৰিঘাটত অনুষ্ঠিত কৰা হয় সজাগতা সভাৰ ।

ভোটাৰৰ মাজত সজাগতা সভা
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সজাগতা সভাত জিলা উপায়ুক্ত অংশগ্ৰহণ কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় সহযোগ বিচাৰে ৰাইজৰ ।

Intro:ধিং লাহৰিঘাটত ভোটাধিকাৰৰ সজাগতা সভা। Body:

সমাগত লোকসভা নিৰ্বাচনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে লাহৰিঘাটত অনুষ্ঠিত হয় সজাগতা সভা । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সজাগতা সভাত জিলা উপায়ুক্ত অংশগ্ৰহণ কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ লগতে শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুস্থিত কৰাৰ বাবে সহায় সহযোগ বিচাৰে ৰাইজৰ।
______________________________
Saiful islam from dhing
26.3.19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.