পবিত্ৰ ঈদৰ দিনটোত ৰাজ্য়ত পৰিলক্ষিত হ'ল দুখন ব্যতিক্ৰমী ছবি.. সবিশেষ এই প্ৰতিবদনত
ঈদৰ দিনা ইচলামধৰ্মাৱলম্বী লোকৰ দুখন বিপৰীত ছবি...
সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ব্যাপক উৎসাহেৰে পালন কৰা এই দিনটো উদযাপনৰ পৰা বঞ্চিত বৰঘূলীবাসী ৰাইজ ৷ ব্ৰহ্মপূত্ৰৰ খহনীয়াত পৰি সৰ্বস্বান্ত হোৱা প্ৰায় দুহেজাৰ বৰঘূলীবাসীৰ ঠিকনা এতিয়া মুকলি আকাশ আৰু অস্থায়ী শিৱিৰ...
পবিত্ৰ ঈদ
পবিত্ৰ ঈদৰ দিনটোত ৰাজ্য়ত পৰিলক্ষিত হ'ল দুখন ব্যতিক্ৰমী ছবি.. সবিশেষ এই প্ৰতিবদনত
Intro:পবিত্ৰ ঈদ পালনৰ পৰা বঞ্চিত খহনীয়া পীড়িত বৰঘূলীবাসী
যোৱা এমাহ ধৰি ব্ৰহ্মপূত্ৰৰ খহনীয়াত পৰি ঘৰ-দুৱাৰ হেৰুওৱা প্ৰায় দুহেজাৰ বৰঘূলীবাসী এতিয়া অস্থায়ী শিৱিৰ আৰু মুকলি আকাশৰ তলতBody:আজি পবিত্ৰ ঈদ-উল-আজ্হা, সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় পবিত্ৰতাৰে পালন কৰিব ঈদ। কিন্তু তেনে সময়তে কলিয়াবৰ মহকুমাৰ বৰঘূলী অঞ্চলত নাই উৎসাহ, নাই আনন্দ। যোৱা এমাহ ধৰি চলি অহা ব্ৰহ্মপুত্ৰৰ খহনীয়াত নিজৰ হেঁপাহৰ ঘৰখন জাহ যোৱাৰ পিচত আজিৰ ঈদত তেওঁলোকৰ মনত নাই আনন্দ। নিতৌ খহনীয়াই চলি থকাৰ ফলত অস্থায়ী শিৱিৰত ঠাই অভাৱৰ বাবে এতিয়া শিলঘাট-ধিং মথাউৰিৰ ওপৰতে কোনোয়ে অস্থায়ীকৈ এখন চালি দি, কোনোয়ে মুকলি আকাশৰ তলতে কটাইছে দিন।
আজিৰ পবিত্ৰ ধৰ্মীয় আনন্দৰ দিনটোত তেওঁলোক বঞ্চিত। Conclusion:

Last Updated : Aug 13, 2019, 2:07 PM IST