ETV Bharat / state

জুৰীয়াৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ বিলৈ

কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়া ভোটদান কেন্দ্ৰত নিৰ্বাচনৰ দায়িত্বত ৰখা হৈছিল চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকীক ৷ কিন্তু বুধবাৰে সন্ধিয়া লগৰীয়াৰ লগত অলপ গিলিছিল বাবেই নিচা শেষ হোৱাই নাই বৃহস্পতিবাৰেও

জুৰীয়াৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াৰ বিলৈ
author img

By

Published : Apr 11, 2019, 5:43 PM IST

নগাঁও,11 এপ্ৰিলঃ নিৰ্বাচনৰ দায়িত্বত থকা এগৰাকী বিষয়াৰ বিলৈ । জুৰীয়াৰ সুঁতিৰপাৰত থকা ভোটকেন্দ্ৰৰ দায়িত্বত থকা বিষয়াগৰাকী একো ক'ব নোৱাৰা অৱস্থা । মূৰ ঘূৰাই পৰি আঘাতপ্ৰাপ্ত পেছাত শিক্ষক চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকী। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়া ভোটদান কেন্দ্ৰত নিৰ্বাচনৰ দায়িত্বত ৰখা হৈছিল চন্দ্ৰমণি চমুৱা নামৰ বিষয়াগৰাকীক ৷ কিন্তু বুধবাৰে সন্ধিয়া লগৰীয়াৰ লগত অলপ গিলিছিল বাবেই নিচা শেষ হোৱাই নাই বৃহস্পতিবাৰেও ৷ যাৰ বাবে ভোট কেন্দ্ৰৰ সন্মুখতেই মূৰ ঘূৰাই পৰি থাকিল বিষয়াগৰাকী ৷ যাৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্তও হয় বিষয়াগৰাকী ৷ আনহাতে, কি হৈছে কেনেকৈ হৈছে একোৱেই ক'ব নোৱাৰে চমুৱা ছাৰে । কিন্তু হাফ এটা চাৰিজনে খোৱাৰ কথা ভালকৈয়ে ক'লে ছাৰে ৷ ভোট কেন্দ্ৰৰ সন্মুখত মূৰ ঘূৰাই পৰাৰ পাচতেই আৰক্ষীয়ে বহুৱাই থয় লোকজনক ৷

Intro:নিৰ্বাচনৰ দায়িত্বত থকা এগৰাকী বিষয়াৰ বিলৈ। জুৰীয়াৰ সুঁতিৰপাৰত থকা ভোটকেন্দ্ৰত একো কব নোৱাৰা অৱস্থা বিষয়াগৰাকীৰ। মূৰ ঘূৰাই পৰি আঘাতপ্ৰাপ্তও হৈছে বিষয়াগৰাকী। কিন্তু বিষয়াগৰাকীৰ হৈছে কি চাওক আমাৰ এই বিশেষ প্ৰতিবেদন।

Body:মন কৰক এই লোকজনলৈ। এলা পেছা নহয়। নিৰ্বাচনৰ দায়িত্বত আছে লোকজন। পেছাত শিক্ষক। প্ৰথম পৰ্য্যায়ত অনুষ্ঠিত হোৱা কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়াত নিৰ্বাচনৰ দায়িত্বত থকা শিক্ষকগৰাকী চন্দ্ৰমণি চমুৱা। বুধবাৰে সন্ধিয়া অলপ গিলিছিল। নিচা শেষ হোৱাই নাই বৃহস্পতিবাৰেও। বেছিও হেনো খোৱা নাই। এটা হাফ চাৰিজনে মিলি হে খাইছে। সন্ধিয়া কৰ্তব্যস্থান পোৱাৰ পিছতেই অকমান বেয়া লাগিছিল। সেয়ে চাৰিজনে মিলি সৰু পাৰ্টী এটা কৰিছিল। কিন্তু ভৱাতো নাছিল আজিও যে নিচাই নেৰিব। কি কৰিব উপায় নাই। কোনো মতে আৰম্ভ কৰিছিল কাম। কিন্তু মূৰ ঘূৰাই পৰি থাকিল ভোট কেন্দ্ৰৰ সন্মুখতেই। সামান্য আঘাটপ্ৰাপ্তও। কি হৈছে কেনেকৈ হৈছে একোৱেই কব নোৱাৰে চমুৱা ছাৰে। কিন্তু হাফ এটা চাৰিজনে খোৱাৰ কথা ভালকৈয়ে কলে ছাৰে।
bite,
vo, ভোট কেন্দ্ৰৰ সন্মুখত মূৰ ঘূৰাই পৰাৰ পিছতেই আৰক্ষীয়ে বহাই ৰাখিছে ছাৰক। ডিউটি জুৰীয়াৰ সুঁতিৰপাৰ হাইস্কুল দক্ষিণ ভোটকেন্দ্ৰত। কিন্তু বিষয়গৰাকীয়ে কবই নোৱাৰে তেওঁৰ ডিউটি কত। প্ৰথমেই কলে কলিয়াবৰতহে তেওঁৰ ডিউটি। আৰক্ষীয়ে হেনো উঠাই আনিছে বিষয়াগৰাকীক। কিন্তু কিয় আনিছে সেয়াও নাজানে চন্দ্ৰমণি চমুৱাই।
bite,

Conclusion:মদৰ খোৱাৰ বাবেই যে এনে বিলৈ হৈছে সেয়া পিছতহে গম পাইছে চমুৱা চাৰে।
--------- -------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১১-৪-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.