ETV Bharat / state

নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ মৃত্যু - নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ মৃত্যু

জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ(Basant Saikia passes away)মৃত্যুৰ মৃত্য়ু। ৯৬ বছৰত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত শেষ নি:শ্বাস ত্যাগ কৰে ৷ তেওঁৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাৰ শোক প্ৰকাশ ৷

Basant Saikia passes away
নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ মৃত্যু
author img

By

Published : Sep 5, 2022, 2:22 PM IST

নগাঁও ,৫ ছেপ্তেম্বৰ:নগাঁও জিলাৰ জ্যেষ্ঠ চিকিৎসক বসন্ত শইকীয়াৰ মৃত্যুত(Dr Basant Saikia passes away)নগাঁৱত শোকৰ ছাঁ পৰিছে ৷ পাঁচটা দশকৰো অধিক সময় নগাঁৱত চিকিৎসা সেৱা প্ৰদান কৰা ডাঃ বসন্ত শইকীয়াই ৯৬ বছৰত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত শেষ নি:শ্বাস ত্যাগ কৰে ৷

নগাঁও চহৰৰ আমোলাপট্টিৰ নিবাসী বিশিষ্ট চিকিৎসকগৰাকীয়ে তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চত(Ellora Science Forum)দান কৰি থৈ গৈছে । নগাঁৱৰ সমাজ জীৱনৰ লগত জৰিত বিশিষ্ট চিকিৎসকগৰাকীৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ(MLA Rupak Sharma mourning)লগতে বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷

উল্লেখ্য় যে মৰণোত্তৰ দেহদান এক অতিশয় মহান কাৰ্য । নিতৈ বহুলোকে এক মানৱ অংগৰ বাবে অপেক্ষাৰত অৱস্থাতেই মৃত্যুক সাৱটি ল'ব লগীয়া হৈছে । এজন মৃত বা মস্তিষ্কৰ মৃত্যু হোৱা(Brain stem death)ব্যক্তিৰ এটা হৃদযন্ত্ৰ অথবা বৃক্কৰ কোনো প্ৰয়োজন নাই । ইয়াক আন কাৰোবাক দীৰ্ঘজীৱন প্ৰদান কৰিবৰ বাবে প্ৰয়োগ কৰিব পাৰি । এই উদ্দেশ্য়েই ইলোৰা বিজ্ঞান মঞ্চ মৰনোত্তৰ দেহদানৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ চলাই আহিছে ।

লগতে পঢ়ক:বিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.