ETV Bharat / state

প্ৰফুল্ল মহন্তৰ সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব দীপিকা শইকীয়াই

author img

By

Published : Mar 12, 2021, 7:57 PM IST

প্ৰফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰত আঞ্চলিকতাবাদৰ ভেঁটি অক্ষুন্ন ৰাখিবলৈ সাজু দীপিকা শইকীয়া । অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপিকা শইকীয়াই দাখিল কৰিলে মনোনয়ন ।

প্ৰফুল্ল মহন্তৰ সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব দীপিকা শইকীয়াই
প্ৰফুল্ল মহন্তৰ সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব দীপিকা শইকীয়াই

নগাঁও,12 মাৰ্চঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক বঞ্চিত কৰি অগপৰ মিত্ৰদল বিজেপিয়ে জিতু গোস্বামীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত অসম জাতীয় পৰিষদে বঢ়মপুৰত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী দীপিকা শইকীয়াক ।

দ্বিতীয় পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপিকা শইকীয়াই শুকুৰবাৰে নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ । মনোনয়ন দাখিল কৰি শক্তিশালী আঞ্চলিক ভেঁটি থকা বঢ়মপুৰত আঞ্চলিক দল এ জে পিৰ জয় নিশ্চিত বুলি দাবী কৰিলে দীপিকা শইকীয়াই ।

লগতে পঢ়কঃমনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.