ETV Bharat / state

বৈজ্ঞানিক পদ্ধতিৰে শিঙি মাছৰ পোনা উৎপাদন ধিঙৰ ৰুলেন হাজৰিকাৰ

author img

By

Published : May 29, 2020, 8:08 PM IST

বৈজ্ঞানিক পদ্ধতিৰে শিঙি মাছৰ পোনা উৎপাদন ধিঙৰ ৰুলেন হাজৰিকাৰ । ষ্ট্ৰিপিং আৰু নেচাৰেল বা প্ৰকৃতিগত পদ্ধতিৰে কম খৰচত কম সময়ৰ ভিতৰত উৎপাদন কৰিব পাৰি শিঙি মাছৰ পোনা ।

Dhing scientifically Catfish production
বৈজ্ঞানিক পদ্ধতিৰে শিঙি মাছৰ পোনা উৎপাদন

বটদ্ৰৱা,29 মেঃ বৈজ্ঞানিক পদ্ধতিৰে শিঙি মাছৰ পোনা উৎপাদন কৰি মৎস্য পালকলৈ আশাৰ ৰেঙণি আনিলে ধিঙৰ ৰুলেন হাজৰিকাই । অসমত পোন প্ৰথমবাৰৰ বাবে মুকুতা খেতি আৰু হাইড্ৰ'পনিক পদ্ধতিৰে ধানৰ কঠীয়া পাৰি চৰ্চালৈ অহা ৰুলেন হাজৰিকাই লক ডাউনৰ মাজতে আনিলে আশাৰ খবৰ । উল্লেখ্য যে, ষ্ট্ৰিপিং আৰু নেচাৰেল বা প্ৰকৃতিগত পদ্ধতিৰে কম খৰচত কম সময়ৰ ভিতৰত উৎপাদন কৰিব পাৰি শিঙি মাছৰ পোনা । যি সকল শিক্ষিত নিবনুৱা যুৱকে শিঙি মাছৰ ব্যৱসায়ী কৰি আছে তেওঁলোকে ষ্ট্ৰিপিং আৰু প্ৰকৃতিগত পদ্ধতিৰে মাছৰ পোনা উৎপাদন কৰি অধিক লাভাবান্বিত হ'ব বুলি জানিবলৈ দিয়ে ৰুলেন হাজৰিকাই ।

লগতে পঢ়ক- তেজপুৰত কোভিড 19 হাস্পতাল উদ্বোধন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.