বটদ্ৰৱা,2জুলাইঃ
- ধিঙত বৃহৎ পৰিমানৰ লোহাৰ ৰড সহ ট্ৰাক হাইজেকাৰ আটক
- ধিঙৰ উডানতলা চৰত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই আটককৰে ট্ৰাক হাইজেকাৰটো
- ধৃত ট্ৰাক হাইজেকাৰটো মৈৰাবাৰীৰ তাতিকটাৰ আব্দুল ৰৌফ
- ধিং উডানতলা চৰত আত্মগোপন কৰি আছিল ধৃত আব্দুলে
- ঘটনা সংক্ৰান্তত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখি যোৰহাটৰ পৰা ড্ৰাইভাৰ সহ ট্ৰাক অপহৰণ কাণ্ডৰ অভিযুক্ত ৰৌফক আটক কৰেধিঙত ট্ৰাক হাইজেকাৰ আটক, মূল অভিযুক্ত এতিয়াও পলাতক