ETV Bharat / state

Deer Died on Road Accident : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত পহু

author img

By

Published : Dec 29, 2022, 9:32 AM IST

বৃহস্পতিবাৰে পুৱাই কলিয়াবৰৰ বৰুৱাচুকত সংঘটিত হয় এক অঘটন ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই বৰুৱাচুকত গাড়ীৰ খুন্দাত নিহত হয় এটা পহু (Deer Died on Road Accident at Kaliabor) ৷ ইতিমধ্যে জখলাবন্ধা খণ্ড বন বিষয়াই উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে নিহত পহুটো ৷

Deer Died on Road Accident
ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই বৰুৱাচুকত গাড়ীৰ খুন্দাত নিহত হয় এটা পহু

  • কলিয়াবৰৰ বৰুৱাচুকত অঘটন
  • বৃহস্পতিবাৰে পুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই বৰুৱাচুকত গাড়ীৰ খুন্দাত নিহত এটা পহু (Deer Died on Road Accident at Kaliabor)
  • ইতিমধ্যে ঘটনাস্থলীৰ পৰা জখলাবন্ধা খণ্ড বন বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে নিহত পহুটো
  • তথ্য অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰৰ বৰুৱাচুকৰ কলঙৰ পাৰত আশ্ৰয় লৈ আছে ভালেমান পহু
  • তাৰে এটা পহু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই গাড়ীৰ খুন্দাত নিহত হয়
  • ২০১৭ ৰ বানৰ পাচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু পহু ওলাই আহিছিল
  • তেতিয়াৰ পৰাই বৰুৱাচুকৰ এই অঞ্চলত সঘনে পহু দেখা পোৱা যায়
  • ইতিপূৰ্বে উক্ত স্থানত কেইবাটাও পহু পথ দুৰ্ঘটনাত নিহত হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.