ETV Bharat / state

সংকটত কাজিৰঙাৰ বন্যপ্ৰাণীঃ বুঢ়াপাহাৰত উদ্ধাৰ হৰিণাৰ মৃতদেহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গতি কৰিছে কাৰ্বি-আংলঙৰ নিৰাপদ উচ্চ স্থানলৈ । দেওবাৰে নীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা হৰিণাৰ মৃতদেহ ৷

author img

By

Published : Jul 14, 2019, 12:29 PM IST

হৰিণাৰ মৃতদেহ

নগাঁও, 14 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গতি কৰিছে কাৰ্বি-আংলঙৰ নিৰাপদ উচ্চ স্থানলৈ ।

হৰিণাৰ মৃতদেহ

তাৰ মাজতে দেওবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক সংমণ্ডলৰ অন্তৰ্গত নহৰু বস্তিৰ সমীপত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এটা হৰিণাৰ মৃতদেহ ৷ পুৱা স্থানীয় ৰাইজে হৰিণাৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগতে বানত উটি আহি হৰিণাটোৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে ৷

Intro:কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিক সংমণ্ডলত হৰিণাৰ মৃতদেহ উদ্ধাৰ

পানীত ডুবি মৃত‍্যু হোৱাৰ সন্দেহ হৰণাটোBody:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত ব্ৰহ্মপুত্ৰৰ ক্ৰমাগত বাঢ়নি পানীয়ে ইয়াৰ জীৱ-জন্তুৰ জীৱনৰ নিৰাপত্তাৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। ইতিমধ‍্যে জীৱ-জন্তু কাৰ্বি-আংলঙৰ নিৰাপদ উচ্চ স্থানলৈ গতি কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ। তাৰ মাজতে বুঢ়াপাহাৰ বনাঞ্চলিক সংমণ্ডলৰ অন্তৰ্গত নহৰু বস্তিৰ সমীপত পানীত উপঙা থকা এক হৰিণাৰ মৃতদেহ আজি পুৱা প্ৰত‍্যক্ষ কৰা হয়। বানত উটি আহি হৰিণাটোৰ মৃত‍্যু হৈছে বুলি সন্দেহ কৰা হৈছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.