- নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ
- কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ মৃতদেহটো
- মৃতদেহটো য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত
- মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত
- নগাঁও আৰক্ষীৰ দ্বাৰা মৃতদেহটো উদ্ধাৰ
- মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ
নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ - ETV BHARAT
মৃতদেহটো য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত
নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ
- নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ
- কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ মৃতদেহটো
- মৃতদেহটো য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ বুলি চিনাক্ত
- মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত
- নগাঁও আৰক্ষীৰ দ্বাৰা মৃতদেহটো উদ্ধাৰ
- মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ
Intro:নগাঁৱৰ কঁচুলখোৱাত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ। Body:নগাঁও চহৰৰ কচলুখোৱাত ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ। কচলুখোৱা হাউচিং কমপ্লেক্সৰ সমীপত উদ্ধাৰ য়াছিন আলী সৰকাৰ নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ। মৃত ব্যক্তিগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। Conclusion: