ETV Bharat / state

কঠিয়াতলী আহুতলী পাহাৰত অচিনাক্ত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 28, 2021, 7:10 PM IST

পাহাৰত খৰি কাটিব যোৱা লোকে এজন বৃদ্ধৰ মৃতদেহটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় গাঁওবুঢ়াক খবৰ দিয়ে ৷ খৰি কাটিব যোৱা লোকজনৰ খবৰ ভিত্তিত গাঁওবুঢ়া আৰু ৰাঙলু আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

DEAD BODY RECOVERED AT NAGAON
কঠিয়াতলী আহুতলী পাহাৰত অচিনাক্ত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

নগাঁও, 28 ফেব্ৰুৱাৰী : নগাঁৱৰ কঠিয়াতলী আহুতলী পাহাৰত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ পাহাৰত খৰি কাটিব যোৱা লোকে এজন বৃদ্ধৰ মৃতদেহটো পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় গাঁওবুঢ়াক খবৰ দিয়ে ৷ খৰি কাটিব যোৱা লোকজনৰৰ খবৰ ভিত্তিত গাঁওবুঢ়া আৰু ৰাঙলু আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই ৷ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.