ETV Bharat / state

নগাঁৱত অসমীয়া সংগীতৰ কৰ্মশালা - কৰ্মশালা

অসমীয়া সংগীত, বৰগীত ,জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কৰ্মশালাখনত।

গীতৰ কৰ্মশালা
author img

By

Published : Jul 19, 2019, 8:53 AM IST

নগাঁও, 19 জুলাইঃ নগাঁৱত দুদিনীয়াকৈ অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হয় কৰ্মশালা । নগাওঁ পৰিবহণ নিগমৰ সমীপৰ এছ আৰ প্ৰডাকচনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি সংগীতৰ প্ৰশিক্ষণ দিয়ে জনপ্ৰিয় কণ্ঠশিল্পী জে পি দাস আৰু দীক্ষুয়ে । অসমীয়া সংগীত, বৰগীত ,জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় কৰ্মশালাখনত । এছ আৰ প্ৰডাকচনৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰ্মশালাত মুঠ ৪০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । বৃহস্পতিবাৰে সামৰণি পৰে অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ ।

Intro:নগাঁৱত অসমীয়া গীতৰ ওপৰত কৰ্মশালা। অংশগ্ৰহণ জনপ্ৰিয় শিল্পী দীক্ষু আৰু জে পি ৰ।

Body:নগাঁৱত দুদিনীয়াকৈ অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হয় কৰ্মশালাৰ। নগাওঁ পৰিবহন নিগমৰ সমীপৰ এছ আৰ প্ৰডাকচনৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ দিয়ে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু জে পি দাসে। অসমীয়া সংগীত, বৰগীত ,জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে কৰ্মশালাত। এছ আৰ প্ৰডাকচনৰ উদ্যোগত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত কৰ্মশালাত মুঠ ৪০ গৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে সামৰণি পৰে অসমীয়া সংগীতৰ ওপৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ।
bite.
----------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.