ETV Bharat / state

নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ

নগাঁৱতো আৰম্ভ ক’ভিড টিকাকৰণ । নগাঁৱত দৈনিক দুশজনক কৰা হ'ব টিকাকৰণ ।

নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ
author img

By

Published : Jan 16, 2021, 11:39 AM IST

Updated : Jan 16, 2021, 1:55 PM IST

নগাঁও,16 জানুৱাৰীঃ নগাঁৱতো শনিবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড- ১৯ ৰ টিকাকৰণ । সমগ্ৰ বিশ্বতে ক’ভিড-১৯ৰ মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত অৱশেষত আৰম্ভ হৈছে ক’ভিড ১৯ ৰ টিকাকৰণ । শনিবাৰৰ পৰা সমগ্ৰ দেশতে টিকাকৰণ আৰম্ভ হোৱাৰ সমান্তৰালকৈ নগাঁৱতো আৰম্ভ হৈছে টিকাকৰণ ।

নগাঁৱত প্ৰথম দিনাই দুশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক ক’ভিড টিকাকৰণ

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰথমে চিকিৎসকসকলক টিকাকৰণ কৰাৰ পিছত স্বাস্থ্য কৰ্মীসকলক টিকাকৰণ আৰম্ভ হয় । একে সময়তে নগাঁৱৰ কঠীয়াতলী হস্পিতালতো আৰম্ভ কৰা হৈছে টিকাকৰণ । প্ৰথম দিনাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এশজনক টিকাকৰণ কৰাৰ সমান্তৰালকৈ কঠীয়াতলি হস্পিতালতো এশজনক দৈনিক টিকাকৰণ কৰা হ'ব বুলি অৱগত কৰে জিলা উপায়ুক্ত কবিথা পদ্মনাভনে ।

লগতে পঢ়কঃ সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

Last Updated : Jan 16, 2021, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.