ETV Bharat / state

কলিয়াবৰৰ ননৈ চাহ বাগিচাত ক’ভিড সজাগতা

author img

By

Published : May 12, 2021, 6:21 PM IST

কলিয়াবৰৰ ননৈ চাহ বাগিচাত ক’ভিড সজাগতা ৷ শ্ৰমিক কল‍্যাণ বিভাগে লৈছে বিশেষ পদক্ষেপ ৷

covid-awarness-at-koliabor-nonoi-tea-garden
কলিয়াবৰৰ ননৈ চাহ বাগিচাৰ ক’ভিড সজাগতা

কলিয়াবৰ,12 মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা ৷ তেনে সময়তে কলিয়াবৰৰ ননৈ চাহ বাগিচাৰ কৰ্মচাৰী সকলৰ মাজত দেখা গ’ল ক’ভিডৰ সজাগতা ৷ সম্পূৰ্ণ ক’ভিড প্ৰট'কল অনুসৰণ কৰি মাস্ক তথা সামাজিক দূৰত্ব মানি কৰ্মৰত অৱস্থাত দেখা গ’ল বাগানত কৰ্মৰত শ্ৰমিকসকলক ৷

কলিয়াবৰৰ ননৈ চাহ বাগিচাত ক’ভিড সজাগতা

শ্ৰমিক কল্যাণ বিভাগৰ প্ৰচেষ্টাতে কৰ্মচাৰীসকলৰ মাজত ক’ভিড সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে ৷ ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ ননৈ চাহ বাগিচাৰ শ্ৰমিক কল্যাণ বিষয়া উদন চহৰীয়াই সজাগতা সৃষ্টিৰ বাবে হাতত লৈছে এই পদক্ষেপ । বাগিচাখনৰ শ্ৰমিকসকল সজাগতা সৃষ্টি কৰি মুখত মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানি কাম কৰিবলৈ অনুৰোধ জনাই বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.