ETV Bharat / state

কচুৱাত আৰক্ষী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে দুই মহিলাৰ গোচৰ

আৰক্ষী উপ পৰিদৰ্শকৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷ উপ পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে এই অভিযোগ ৷ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লাউপানী উপ পহৰা চকীত কৰ্মৰত আৰক্ষী বিষয়াগৰাকী ৷ ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোচৰ দুই মহিলাৰ

আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ মহিলাৰ
author img

By

Published : Jun 17, 2019, 11:45 AM IST

বঢ়মপুৰ, 17 জুন : অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰি এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গোচৰ দুই মহিলাৰ ৷ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লাউপানী উপ-পহৰা চকীৰ উপ পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে এই অভিযোগ মহিলা দুগৰাকীৰ ৷ ইয়াৰে, এগৰাকী মহিলাই স্বামী পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীক ৰক্ষনাবেক্ষণ দিয়া বুলিহে উল্লেখ কৰে ৷

আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ মহিলাৰ

আনহাতে, এটা কোঠালীৰ ভিতৰত মহিলাগৰাকী আৰু তেওঁৰ সন্তানক কেৰাচিন ঢালি হত্যা কৰাৰ চেষ্টা কৰোঁতে ঘটনাস্থলীত কচুৱা থানাৰ আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত নকৰি অপৰাধীক জামিনত দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে | ইফালে, আন এগৰাকী মহিলাই কচুৱা থানাত ৰুজু কৰা গোচৰৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ৷ সেয়েহে, কচুৱা থানাৰ উপ-পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু কৰে মহিলা দুগৰাকীয়ে ৷

Intro: লাউপানী উপ পহৰা চকীৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে আৰক্ষী অধিক্ষকৰ ওচৰত গোচৰ তৰিল দুই মহিলাই ।

Anchor=এইবাৰ সৰিয়হৰ ডুলিতে ভূত ওলাইছে ।নগাওঁ জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লাউপানী উপ পহৰা চকীৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে নগাওঁ জিলাৰ আৰক্ষী অধিক্ষকৰ ওচৰত প্ৰৱঞ্চনাৰ গোচৰ তৰিলে
দুগৰাকী মহিলাই ।গোচৰ তৰা দহটা দিন উকলি যোৱাৰ পিছতো আৰক্ষী বিষয়া জনৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা নোহোৱাত ভুক্তভূগীৰ মাজত ক্ষোভ ।

V/o=দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালৰ গৃহ বিভাগৰ লাজ লগা ছবি ।ভুক্তভোগীক ন্যায় নিদি ধনৰ বিনিময়ত অপৰাধীৰ পক্ষলৈ ভুক্তভোগীক প্ৰৱঞ্চনাৰ কৰা অভিযোগ আনি দুই মহিলাই কচুৱা থানাৰ লাউপানী উপ আৰক্ষী চকীৰ উপ পৰিদৰ্শক শশী বৰাৰ বিৰুদ্ধে নগাওঁ জিলাৰ আৰক্ষী অধিক্ষকৰ ওচৰত গোচৰ তৰিছে দুই মহিলা হোজাইৰ চম্পা দাস আৰু কচুৱাৰ ১নং খলিহামাৰীৰ ৰূপালী দাসে ।ঘটণাৰ বিষয়ে জানিব পৰা মতে হোজাইৰ ২নং ৰাম নগৰৰ চম্পা দাসে প্ৰায় দুটা বছৰৰ আগতে কচুৱা থানাৰ অন্তৰ্গত ১নং খলিহামাৰীৰ কাজল দাসলৈ বিয়া হৈছিল।বিয়াৰ পিছত স্বামীৰ পৰিয়ালে চম্পা দাসক বিভিন্নধৰনে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ।যোৱা ২৮ মেত অনুৰূপ ঘটণা সংঘটিত হয়।পাচ দিন এটা কোঠালীৰ ভিতৰত চম্পাক আবদ্ধ কৰি ৰখাৰ পিছত সেইদিনা চম্পা আৰু তেওঁৰ সন্তানক কেৰাচিন ঢালি হত্যা কৰাৰ চেষ্টা কৰোতেই ঘটণাস্থলিত কচুৱা থানাৰ আৰক্ষী উপস্থিত হৈছিল যদিও আৰক্ষীয়ে অপৰাধীক কাৰায়ত্ত নকৰি অপৰাধীক জামিনত দি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰিছে চম্পা দাসে | এনে কাৰণত চম্পা দাসে উপ পৰিৰ্দশক জনৰ বিৰদ্ধে আৰক্ষী অধিক্ষকৰ ওচৰত গোচৰ তৰিচে ।

Byte=চম্পা দাস

Body:V/o=আনফালে ৰূপালী দাস নামৰ মহিলা গৰাকীয়ে যোৱা ২২মেত এজন লোকৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ তৰিছিল ।গোচৰটোৰ তদন্ত উপ পৰিদৰ্শক শশী দাসৰ ওপৰত দিয়ে ।কচুৱা থানাত ১৪৪/১৯নম্বৰত পঞ্জিপুক্ত হোৱাৰ গোচৰটোৰ কোনো তদন্ত অথবা দোষীক কাৰায়ত্ত নকৰাৰ অভিযোগ আনিছে ৰূপালী দাসে ।আনফালে ৰূপালী দাসৰ বিৰুদ্ধে তৰা আন এক গোচৰৰ জামিনৰ বাবে ২২ হাজাৰ টকা দাবী কৰাৰ অভিযোগ আনি ৰূপালী দাসে নগাওঁ আৰক্ষী অধিক্ষকৰ ওচৰত গোচৰ তৰিছে ।

Byte=ৰূপালী দাস

Conclusion:V/o=দুয়োগৰাকী মহিলাই গোচৰ তৰা পিছটো আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত তীব্ৰ প্ৰতিক্ৰীয়া সৃষ্টি হৈছে |

## বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam ##
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.