ETV Bharat / state

জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ ১৬ফুট দৈঘ্যৰ ৰাজফেঁটি

author img

By

Published : Apr 4, 2021, 5:25 PM IST

চাপানালাৰ জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ প্ৰায় 16ফুট দৈঘ্যৰ ৰাজফেঁটি ৷ উদ্ধাৰ হোৱা "কিং ক’ব্ৰা" ডাল দুলু বৰাই নিকটৱৰ্তী চোৰাং সংৰক্ষিত বনাঞ্চলৰ এটি দুৰ্গম অঞ্চলত কেইবাজনো স্থানীয় যুৱকৰ সহযোগত মুকলি কৰি দিয়া হয় ৷

জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ প্ৰায় ১৬ফুট দৈঘ্যৰ ৰাজফেঁটি

চামগুৰি, 4এপ্ৰিল: চাপানালাৰ জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ হৈছে প্ৰায় 16ফুট দৈঘ্যৰ ৰাজফেঁটি ৷ এই দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপডাল উদ্ধাৰ কৰাক লৈ অঞ্চলটোত সৃষ্টি হয় হোৱা-দোৱা ৷ পৰৱৰ্তী সময়ত স্থানীয় প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰা চাহ বাগিছা খনত উপস্থিত হৈ উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ সাপডাল ৷

জীয়াজুৰি চাহ বাগিছাত উদ্ধাৰ হোৱা "কিং ক’ব্ৰা" ডাল দুলু বৰাই নিকটৱৰ্তী চোৰাং সংৰক্ষিত বনাঞ্চলৰ এটি দুৰ্গম অঞ্চলত কেইবাজনো স্থানীয় যুৱকৰ সহযোগত মুকলি কৰি দিয়ে ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চাপানালাৰ জীয়াজুৰি চাহ বাগিছা খনত দুলু বৰা নামৰ যুৱকজন বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰৰ সৈতে জড়িত হৈ আছে ৷ শেহতীয়াকৈ হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে শ' শ' বিঘা ধান খেতি কৰি ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী সামূহিক কৰ্ম বটাঁ লাভ কৰিবলৈও সক্ষম হৈছে এইগৰাকী যুৱ প্ৰকৃতি প্ৰেমীয়ে ।

লগতে পঢ়ক: চ'তৰ বোকোচাত উঠি আকৌ আহিল হেঁপাহৰ ব’হাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.