ETV Bharat / state

কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী পদক - দুগৰাকী আৰক্ষী বিষয়া

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতালৈ এই পদক ৷

Chief Minister's Police Medal for Outstanding Service

author img

By

Published : Aug 14, 2020, 9:59 PM IST

কলিয়াবৰ, 14 আগষ্টঃ কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰী আৰক্ষী পদক আগবঢ়োৱা হ’ব ৷ সেই আৰক্ষী দুগৰাকী হ’ল কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা ৷

কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী পদক

74 তম স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে এই পদকৰ বিষয়ে ৷

এনে পদকে ভৱিষ্যতৰ সময়ছোৱাত অধিক কৰ্তব্য-নিষ্ঠাৰে ৰাইজলৈ সেৱা আগবঢ়োৱাত প্ৰেৰণা যোগাব বুলি মত প্ৰকাশ কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷

লগতে পঢ়কঃ এবিএমছুৰ শতাধিক কৰ্মীৰ ইউ পি পি এলত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.