ETV Bharat / state

ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান - Chief Minister

প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰি নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো জাতি- জনজাতি, সংখ্যালঘুৰ সম-বিকাশ, সকলোৰে সমান নিৰাপত্তা দিয়াৰ লগতে সংখ্যালঘু লোকক আস্থাত লৈ সংখ্যালঘুৰ উন্নয়নৰ বাবে সৰ্বাধিক ধন বিজেপি চৰকাৰেই আবন্টন দিছে বুলিও মন্তব্য দিয়ে ।

ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান
author img

By

Published : Apr 9, 2019, 10:35 AM IST

নগাঁও, 9 এপ্ৰিলঃ নগাঁও ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰ সভাত সোণোৱালৰ উদাত্ত ভাষণত ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছক দলক ৷

সংখ্যালঘু অধ্যুষিত ৰূপহীহাটৰ জুৰীয়াত হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত জুৰীয়াত বিজেপিয়ে ধৰ্ম, ভাষাৰ নামত ৰাজনীতি নকৰে,ধৰ্মৰ নামত ৰাজনীতি কৰে কংগ্ৰেছেহে কৰে বুলি দাবী মুখ্যমন্ত্ৰীৰ।

বিজেপিক ধৰ্মীয় সংখ্যালঘুৰ বিৰোধী বুলি কংগ্ৰেছে মিছা অপ্ৰচাৰ চলাইছে এই বুলিও মন্তব্য দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰি নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো জাতি- জনজাতি,সংখ্যালঘুৰ সম-বিকাশ, সকলোৰে সমান নিৰাপত্তা দিয়াৰ লগতে সংখ্যালঘু লোকক আস্থাত লৈ সংখ্যালঘুৰ উন্নয়নৰ বাবে সৰ্বাধিক ধন বিজেপি চৰকাৰেই আবন্টন দিছে বুলিও মন্তব্য কৰে । বিজেপি চৰকাৰে ভৱিষ্যতেও সংখ্যালঘুৰ সকলো উন্নয়ন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংখ্যালঘু লোকক মণি মাধৱক ভোট দি জয় যুক্ত কৰিবলৈ আহ্বান জনায় ৷

Intro:সংখ্যালঘু অধ্যুষিত ৰূপহীহাটত মণি মাধৱৰ হৈ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। সংখ্যালঘূ লোকক উদ্দেশ্যি কি কলে সৰ্বানন্দ সোণোৱালে। মণি মাধৱক ভোট দিবলৈ আল্লাহৰ নামত প্ৰতিশ্ৰুতি বিচাৰিলে সোনোৱালে।

Body:সংখ্যালঘু অধ্যুষিত ৰূপহীহাটৰ জুৰীয়াত হেলিকপ্টাৰেৰে আহি নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত জুৰীয়াত অগপই একপ্ৰকাৰ প্ৰদৰ্শন কৰিলে শক্তি। বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উদাত্ত ভাষণ। বিজেপিয়ে ধৰ্ম, ভাষাৰ নামত ৰাজনীতি নকৰে। ধৰ্মৰ নামত ৰাজনীতি কৰে কংগ্ৰেছে। বিজেপিক ধৰ্মীয় সংখ্যালঘুৰ বিৰোধী বুলি মিছা অপ্ৰচাৰ চলায় কংগ্ৰেছে। কিন্তু বিজেপিয়ে সম বিকাশ, সমলোৰে সমান নিৰাপত্তা দিয়ে। সংখ্যালঘু লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ ভাষণ। আমি আপোনালোকক আস্থাত লৈছো। সংখ্যালঘুৰ উন্নয়নৰ বাবে সৰ্বাধিক ধন বিজেপি চৰকাৰেই আবন্টন দিছে। ভৱিষ্যতেও সংখ্যালঘুৰ কাম কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংখ্যালঘু লোকৰ পৰা আল্লাহৰ নামত বিচাৰিলে মণি মাধৱক ভোট দিয়াৰ প্ৰতিশ্ৰুতি।
bite,
------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.