ETV Bharat / state

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান চামগুৰিৰ সাধাৰণ যুৱকৰ - ৰকিবুল হুছেইন

যুৱকজনৰ সৈতেও বাকযুদ্ধত লিপ্ত এসময়ৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইন

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান চামগুৰিৰ সাধাৰণ যুৱকৰ
author img

By

Published : May 31, 2019, 8:01 PM IST

নগাঁও,31 মেঃ এজন সাধাৰণ যুৱক ৷ নাম প্ৰণৱ দাস ৷ নগাঁৱৰ চামগুৰিৰ এইজন যুৱকে মুকলি প্ৰত্যাহ্বান জনাইছে এসময়ৰ প্ৰতাপী মন্ত্ৰী তথা বৰ্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনক ৷ ৰকিবুল হুছেইনক গড় হত্যাৰ মহানায়ক আখ্যা প্ৰণৱ দাসৰ ৷ যুৱকজনৰ সৈতেও বাকযুদ্ধত লিপ্ত হৈছে ৰকিবুল হুছেইন ৷

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান চামগুৰিৰ সাধাৰণ যুৱকৰ

দুদিন পূৰ্বে চামগুৰিৰ বৰমাত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰিছিল বিধায়ক ৰকিবুল হুছেইন আৰু নুৰুল হুদাৰ বাহনত ৷ তাৰ পাচতেই নগাঁৱত সংবাদমেলৰ আয়োজন কৰি ৰকিবুল হুছেইনে প্ৰণৱ দাসৰ বিৰুদ্ধে তুলিছিল অভিযোগৰ আঙুলি ৷ ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰে প্ৰণৱ দাস নামৰ যুৱকজন ৷ সংবাদমেলত প্ৰণৱ দাসৰ নাম লৈ সমালোচনা কৰা ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনালে প্ৰণৱ দাসে ৷ প্ৰণৱ দাসৰ দাবী এই আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত নহয় তেওঁ ৷ অৱশ্যে, কিছুদিন পূৰ্বে চামগুৰিৰ এখন সভাত ৰকিবুল হুছেইনক চিয়াঁহী নিক্ষেপ কৰিছিল যুৱকজনে ৷ প্ৰণৱ দাসৰ দাবী, 2021ৰ নিৰ্বাচনত কৰ্মফল হাতে-হাতে পাব ৰকিবুল হুছেইনে ৷

Intro:প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক প্ৰত্যাহ্বান চামগুৰিৰ এজন যুৱকৰ। সাধাৰণ যুৱকৰ সৈতে কি সংঘাত ৰকিবুল হুছেইনৰ।

Body:এজন সাধাৰণ যুৱক। নগাঁৱৰ চামগুৰিৰ প্ৰণৱ দাস নামৰ এই সাধাৰণ যুৱকজনেই মুকলি প্ৰত্যাহ্বান জনাব পৰা হল এসময়ৰ প্ৰতাপী মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনক। আনকি সাধাৰণ যুৱকজনৰ সৈতেও বাকযুদ্ধত লিপ্ত ৰকিবুল হুছেইন। দুদিন পূৰ্বে চামগুৰিৰ বৰমাত একাংশ বিজেপি কৰ্মীয়ে আক্ৰমণ কৰিছিল বিধায়ক নুৰুল হুদা আৰু ৰকিবুল হুছেইনৰ গাড়ীত। তাৰ পিছতেই নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি ৰকিবুল হুছেইনে প্ৰণৱ দাসৰ নাম লৈ কৰিছিল সমালোচনা। বৰমাত আক্ৰমণৰ ঘটনাৰে কোনো সম্পৰ্ক ও নাছিল প্ৰণৱ দাসৰ। অৱশ্যে কিছুদিন পূৰ্বে চামগুৰিৰ এখন সভাত ৰকিবুল হুছেইনক চিয়াঁহী নিক্ষেপ কৰিছিল প্ৰণৱ দাস নামৰ যুৱকজনে। সংবাদমেলত প্ৰণৱ দাসৰ নাম লৈ সমালোচনা কৰা ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনালে প্ৰণৱ দাসে।
bite.
---------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩১-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.