ETV Bharat / state

কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন - bohag bihu

কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে "বহাগী মেলাৰ" আয়োজন কৰা হয় ৷

কামপুৰ ৰাস পথাৰত ৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে "বহাগী মেলাৰ"
কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন
author img

By

Published : Apr 8, 2021, 4:31 PM IST

বঢ়মপুৰ, 8 এপ্ৰিল : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধিনত কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে "বহাগী মেলাৰ" আয়োজন কৰা হয় ৷ ৰঙালী বিহুৰ প্ৰাক ক্ষনত গ্ৰাম্য উৎপাদিত সামগ্ৰী সমুহ সুলভ মুল্যত বিক্ৰীৰ লক্ষ্যৰে গ্ৰামাঞ্চলৰ মহিলা সকল উপকৃত হোৱাকৈ কঠিয়াতলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোটসমূহৰ উদ্যোগত এই মেলা অনুস্থিত হয় ।

কামপুৰ ৰাস পথাৰত ৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে
কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুস্থিত হোৱা বহাগী মেলাৰ মুকলি অনুস্থানত অংশগ্ৰহণ কৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ সংগীতা বৰঠাকুৰৰ উপৰিও কঠিয়াতলী উন্নয়ণ খণ্ডৰ বিষয়া সকলে । উল্লেখ্য যে, কঠিয়াতলীৰ উন্নয়ন খণ্ডৰ ১৪ টা পঞ্চায়তে এই মেলাত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক: নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.