ETV Bharat / state

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা - বিধায়ক ৰূপক শৰ্মা

নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা ৷ শনিবাৰে পুৱা পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ৷

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা

author img

By

Published : Jan 9, 2021, 2:41 PM IST

নগাঁও,9জানুৱাৰী:নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা ৷ শনিবাৰে পুৱা পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই ৷ ইয়াৰ পিচতে আৰম্ভ হয় এন্টি ড্ৰাগছ বাইক ৰেলী ৷ বাইক ৰেলীৰ ফ্লেগ অফ কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে ৷

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা

ইপিনে,বিয়লি অনুষ্ঠিত হ'ব প্ৰি-জাজিং আৰু সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷এই প্ৰতিযোগিতাত অসমৰ ২৭ খন জিলাই অংশগ্ৰহণ কৰিব বুলি নিশ্চিত কৰিছে উদ্যোক্তাই ৷

লগতে পঢ়কঃ100+ আসন দখলৰ লক্ষ্যৰে গোলাঘাটত বিজেপিৰ সদস্যভৰ্তি অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.