ETV Bharat / state

এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য

author img

By

Published : Aug 27, 2022, 2:09 PM IST

Updated : Aug 27, 2022, 2:21 PM IST

কলিয়াবৰৰ ৰাঙলু আমডাঙাত উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant) ৷ তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটোৰ জন্ম হোৱাৰ ধাৰণা কৰিছে স্থানীয়লোকে ৷ পোৱা স্থানীয়লোকে প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক বন বিভাগক ৷

Body recovered new born elephant in Kaliabor
কলিয়াবৰত উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ
  • কলিয়াবৰত চাঞ্চল্য
  • উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant)
  • তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটো জন্ম হোৱাৰ ধাৰণা স্থানীয় লোকৰ
  • পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতী পোৱালীটোৰ মৃতদেহ
  • নিশা বহু সময়লৈকে হাতীৰ চিঞৰ শুনা পাইছিল স্থানীয় লোকে
  • এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে স্থানীয় লোকে
    এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য

  • কলিয়াবৰত চাঞ্চল্য
  • উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant)
  • তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটো জন্ম হোৱাৰ ধাৰণা স্থানীয় লোকৰ
  • পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে হাতী পোৱালীটোৰ মৃতদেহ
  • নিশা বহু সময়লৈকে হাতীৰ চিঞৰ শুনা পাইছিল স্থানীয় লোকে
  • এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে স্থানীয় লোকে
    এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য
Last Updated : Aug 27, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.