ETV Bharat / state

বিজেপিৰ মিছন 90 ত নাই ৰূপহীহাট !

author img

By

Published : Jul 7, 2019, 5:57 PM IST

বহু খালী চকীৰ সন্মুখতেই দেওবাৰে নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কঢ়ালীগাঁৱত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযানত এনেদৰে ভাষণ প্ৰদান কৰিলে ৰঞ্জিত দাসে । আগন্তক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট উদ্ধাৰ কৰিব নোৱাৰিব একপ্ৰকাৰ তাৰেই যেন ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

মিছন 90 ত নাই ৰূপহীহাট !

নগাঁও, 7 জুলাইঃ মিছন 90 ত নাই ৰূপহীহাট সমষ্টি । ৰূপহীহাটত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযান সভাত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ । বহু খালী চকীৰ সন্মুখতেই দেওবাৰে নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কঢ়ালীগাঁৱত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযানত এনেদৰে ভাষণ প্ৰদান কৰিলে ৰঞ্জিত দাসে । আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট উদ্ধাৰ কৰিব নোৱাৰিব একপ্ৰকাৰ তাৰেই যেন ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । লগতে ভাষণ প্ৰসংগত ৰঞ্জিত দাসে উপস্থিত লোকসকলক মিছ কলৰ জৰিয়তে সদস্যভৰ্তি হ'বলৈয়ো আহ্বান জনায় ।

বিধায়ক শিলাদিত্যই অভিযোগ উত্থাপন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সভাপতি গৰাকীয়ে ৷ তথ্য সহকাৰে ছিণ্ডিকেটৰ অভিযোগ মুখ্যমন্ত্ৰীক দিবলৈ শিলাদিত্যক আহ্বান জনায় ৰঞ্জিত দাসে ৷

মিছন 90 ত নাই ৰূপহীহাট !

আনহাতে, শেহতীয়াকৈ চৰ্চা লাভ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান সন্দৰ্ভত ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য পূৰ্ব চৰ্ত দিয়া কোনো লোকক দিয়া ন'হব বিজেপিত যোগদানৰ সুবিধা । একেখন সভাতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদাক কটাক্ষ কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই ।

Intro:২০২১ ত হিমন্তৰ মিছন ১০০ ৰঞ্জিত দাসৰ মিছন ৯০। মিছন ৯০ ত নাই ৰূপহীহাট সমষ্টি। ৰূপহীহাটত অনুষ্ঠিত বিজেপিৰ সদস্যতা অভিযান সভাত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ। বহু খালী চকীৰ সন্মুখতেই ভাষণ ৰঞ্জিত দাসৰ।

Body:প্ৰথমে চাওক এই দৃশ্য। মঞ্চত ভাষণ প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। ভাষণৰ সময়ত খালী হৈ আছে সভাস্থলীৰ বহু চকী। বহু খালী চকীৰ সন্মুখতেই ভাষণ প্ৰদান কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। দেওবাৰে নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ কঢ়ালীগাঁৱত অনুষ্ঠিত হোৱা বিজেপিৰ সদস্যতা অভিযানৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিলে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। হয়তো সভাস্থলীৰ খালী চকী দেখিয়েই ৰঞ্জিত দাসে কৈ পেলালে ২০২১ ৰ মিছন ৯০ ত নাই ৰূপহীহাট সমষ্টি। অৰ্থাৎ আগন্তক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে কংগ্ৰেছৰ দখলত থকা ৰূপহীহাট উদ্ধাৰ কৰিব নোৱাৰিব একপ্ৰকাৰ তাৰেই যেন ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
bite. ৰঞ্জিত দাসৰ ভাষণ।
vo- সভাত ভাষণ প্ৰসংগত ৰঞ্জিত দাসে উপস্থিত লোকক মিছ কলৰ জৰিয়তে সদস্যভৰ্তি হবলৈয়ো আহ্বান জনায়। ইতিমধ্যে ন বিজেপিয়ে ছিণ্ডিগেট চলোৱা বুলি বিজেপি দলৰে বিধায়ক শিলাদিত্যই অভিযোগ উত্থাপন কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সভাপতি ৰঞ্জিত দাসে। তথ্য সহকাৰে ছিণ্ডিগেটৰ অভিযোগ মুখ্যমন্ত্ৰীক দিবলৈ শিলাদিত্যক আহ্বান জনায় ৰঞ্জিত দাসে।
bite, ৰঞ্জিত দাস
vo. শেহতীয়াকৈ চৰ্চা লাভ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদান সন্দৰ্ভত ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য পূৰ্ব চৰ্ত দিয়া কোনো লোকক দিয়া নহব বিজেপিত যোগদানৰ সুবিধা।
bite, ৰঞ্জিত দাস
vo, একেখন সভাতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিধায়ক নুৰুল হুদাক কটাক্ষ কৰে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই।
bite.- ভাষণ অনিল শইকীয়া।

Conclusion:অইন যিয়েই নহওঁক সভাস্থলীৰ খালী চকী দেখি হয়তো ৰঞ্জিত দাস নিশ্চিত ৰূপহীহাটত কিমান শক্তিশালী বিজেপিৰ ভেটি।
-------------------------------------------------------
ৰূপহীহাটৰ পৰা উত্তম বৰাৰ সহযোগত নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
৭-৭-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.