ETV Bharat / state

নগাঁৱত অত্যাধুনিক মৰণাস্ত্ৰৰ পূজা-অৰ্চনা - শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা

প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে নগাওঁ আৰক্ষী চাউনিত ৷ আৰক্ষীয়ে পূজা কৰিছে অত্যাধুনিক মৰণাস্ত্ৰ -  AK 47 , 56, UMG, ইনচাচ আদিক ৷

নগাঁৱত অত্যাধুনিক মৰণাস্ত্ৰৰ পূজা-অৰ্চনা
author img

By

Published : Sep 18, 2019, 1:05 PM IST

Updated : Sep 18, 2019, 2:19 PM IST

নগাঁও, 18 ছেপ্তেম্বৰঃ নগাঁও আৰক্ষী চাউনীত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন ৷ বিশ্বকৰ্মা পূজা উপলক্ষে অত্যাধুনিক মৰণাস্ত্ৰৰ পূজা কৰিছে আৰক্ষীয়ে ৷

নগাঁৱত অত্যাধুনিক মৰণাস্ত্ৰৰ পূজা-অৰ্চনা

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ । বিশ্বকৰ্মাৰ আৰাধনাত মুখৰিত সমগ্ৰ ৰাজ্য । প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে নগাওঁ আৰক্ষী চাউনীত । আৰক্ষীয়ে পূজা কৰিছে আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰক । বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি প্ৰত্যেক বছৰে অত্যাধুনিক মৰণাস্ত্ৰ - AK 47 , 56, UMG, ইনচাচ আদি অস্ত্ৰৰ পূজা কৰা হয় আৰক্ষী চাউনীত ।

Intro:বিশ্ব শৰ্মা পূজা। নগাওঁ আৰক্ষীয়ে কৰিলে অস্ত্ৰ পূজা।

Body:বিশ্বৰ নিৰ্মাণ দেৱতা বিশ্বকৰ্মা পূজা উপলক্ষে সমগ্ৰ দেশতে উখল মাখল পৰিবেশ। বিশ্বকৰ্মা আৰাধনাত মুখৰিত সমগ্ৰ দেশ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে নগাওঁ আৰক্ষীয়ে। নগাওঁ আৰক্ষী চাউনিত পূজা কৰিছে আৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ। অত্যাধুনিক মৰণাস্ত্ৰৰ পূজা কৰা হয় আৰক্ষী চাউনিত। AK 47 , 56, UMG, ইনচাচ আদি অস্ত্ৰৰ পূজা কৰা হয় আৰক্ষী চাউনিত।
bite, হান্নান লস্কৰ, যান বাহন আৰক্ষী বিষয়া
-----------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৮-৯-১৯

Conclusion:
Last Updated : Sep 18, 2019, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.