নগাঁও,2 মাৰ্চঃ হাটবৰত মটৰচাইকেল দুৰ্ঘটনা ৷ চামগুৰিৰ পৰা জখলাবন্ধালৈ অহাৰ পথত দুৰ্ঘটনাত পতিত হয় মটৰচাইকেলখন ৷ দুৰ্ঘটনাটোত আহত তিনি মটৰচাইকেল আৰোহী কামাল হুচেইন,শ্বাহজাহান আলি আৰু নিজামুদ্দিন ৷ আহত তিনিওজন আৰোহীক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
হাটবৰত মটৰচাইকেল দুৰ্ঘটনা - হাটবৰ মটৰচাইকেল দুৰ্ঘটনা
হাটবৰত মটৰচাইকেল দুৰ্ঘটনা ৷ চামগুৰিৰ পৰা জখলাবন্ধালৈ অহাৰ পথত দুৰ্ঘটনাত পতিত হয় মটৰচাইকেলখন ৷ দুৰ্ঘটনাটোত আহত তিনি মটৰচাইকেল আৰোহী ৷
![হাটবৰত মটৰচাইকেল দুৰ্ঘটনা bike accident at Hatbor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6272854-thumbnail-3x2-n.jpg?imwidth=3840)
হাটবৰত মটৰচাইকেল দুৰ্ঘটনা