ETV Bharat / state

বটদ্ৰৱাত শনিবাৰৰ নিশাৰ পৰাই আৰম্ভ হ'ল গুৰুজনাৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি - কীৰ্তন ঘৰ

নিশালৈকে হৰিনামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । ভকত বৈষ্ণৱে পৰিবেশন কৰিলে কীৰ্তন ঘৰত ঘোষা কীৰ্তন । ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ মিঠৈ বন্ধাত ব্যস্ত থানৰ ভকত সকল ।

গুৰুজনাৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি
author img

By

Published : Sep 1, 2019, 3:07 AM IST

Updated : Sep 1, 2019, 8:28 AM IST

বটদ্ৰৱা,31আগষ্টঃ দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি । এই তিথি উপলক্ষে নিশা এপৰলৈকে গুৰু কীৰ্তনে মুখৰিত হ'ল বটদ্ৰৱাৰ আকাশ বতাহ । ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি আড়ম্বৰপূৰ্ণ ভাবে শনিবাৰে নিশাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বটদ্ৰৱা থানত এই তিৰোভাৱ তিথি। নিশা গুৰু কীৰ্তনৰ গন্ধ গোৱা হয় । ইপিনে নিশালৈকে ভকত বৈষ্ণৱে কীৰ্তন ঘৰত পৰিবেশন কৰে ঘোষা কীৰ্তন । ইফালে সত্ৰৰ ভকতসকলে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমবেত হ'বলগীয়া তীৰ্থ যাত্ৰী আৰু ভক্ত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ ব্যস্ত মিঠৈ লাড়ু প্ৰস্তুত কৰাত । মুঠৰ ওপৰত বটদ্ৰৱাৰ চৌদিশে এতিয়া বৈছে হৰি নামৰ অমৃতসৰ নিজৰা ৷

Intro:নিশা এপৰলৈকে হৰি নামৰ ধ্বনিৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ।ভকত বৈষ্ণৱে পৰিবেশন কৰিলে কীৰ্তন ঘৰত ঘোষা কীৰ্তন । ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ মিঠৈ বন্ধাত ব্যস্ত থানৰ ভকত সকল ।
Body:কাইলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি । তিথি উপলক্ষে নিশা এপৰলৈকে গুৰু কীৰ্তনে মূখৰিত বটদ্ৰৱাৰ আকাশ বতাহ । ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি আড়ম্বৰপূৰ্ন ভাবে শনিবাৰে নিশাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বটদ্রৱা থানত এই উৎসৱভাগ । নিশা গুৰু কীৰ্তনৰ গন্ধ গোৱা হয়। নিশা এপৰলৈকে ভকত বৈষ্ণৱে কীৰ্তন ঘৰত পৰিবেশন কৰে ঘোষা কীৰ্তন। ইফালে সত্ৰৰ ভকত সকলে শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমবেত হবলগিয়া তীৰ্থ যাত্ৰী আৰু ভক্ত বৈষ্ণবক আপ্যায়ন কৰিবলৈ ব্যস্ত মিঠৈ লাড়ু প্ৰস্তুত কৰাত । মুঠৰ উপৰত বটদ্ৰৱাৰ চৌদিশে এতিয়া বৈছে হৰি নামৰ অমৃতসৰ নিজৰা ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
Last Updated : Sep 1, 2019, 8:28 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.