ETV Bharat / state

মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ

author img

By

Published : Aug 12, 2019, 10:23 AM IST

গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিছে শ-শ দৰ্শনাৰ্থীৰ ৷ শাওণ মাহৰ আজি অন্তিম দিনৰ বাবে মন্দিৰে-মন্দিৰে ভিৰ বাঢ়িছে ভক্তৰ ৷

মন্দিৰে-মন্দিৰে ভিৰ ভক্তৰ

বটদ্ৰৱা,12আগষ্ট : পবিত্ৰ শাওণ মাহৰ আজি অন্তিমটো সোমবাৰ ৷ শাওন মাহ উপলক্ষে ৰাজ্যত এতিয়া চলিছে দৱৰোদেৱ মহাদেৱৰ পূজা অৰ্চনা ৷ মন্দিৰে-মন্দিৰে ভীৰ কৰিছেহি অগণন ভক্তই ৷ দেওবাৰে নিশা গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল শ-শ দৰ্শনাৰ্থী ৷ বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ টিৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাথীসকলে আকাশী গংগাৰ জলধাৰাৰ পৰা তুলিছে পানী ৷ জীয়ৰী ,বোৱাৰী, ডেকা গাভৰু সকলোৱে কৰিছে কৰে পূজা-অৰ্চনা ৷

Intro:শাওণৰ অন্তিমটো দেওবাৰে নিশা শ শ দৰ্শনাথীয়ে উদুলি-মুদুলি বটদ্ৰৱা থান । আকাশী গংগাৰ জলধাৰাত পানীতোলিলে শ শ ভক্তই ।Body:শাওণৰ অন্তিমটো দেওবাৰে নিশা গুৰুজনাৰ প্ৰবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিল শ শ দৰ্শনাৰ্থী । ৰঙা পেন্ট আৰু ৰঙা চোলা পৰিধান কৰি জীয়ৰী ,বোৱাৰী, ডেকা গাভৰু সকলোকে দেখিবলৈ পোৱা গ'ল এক অন্য ৰূপত । কাৰন শাওন মাহ । শাওন মাহ উপলক্ষে ৰাজ্যত এতিয়া চলিছে দৱৰোদেৱ মহাদেৱৰ পূজা অৰ্চনা । কি উজনি, কি নামনি সকলো শিৱবাবাৰ মঠ মন্দিৰত দেখিবলৈ পোৱা গৈছে শিৱ বাবাক পূজা অৰ্চনা কৰি ভকত বৈষ্ণৱৰ মাজত আনন্দ উৎল্লাস । উদ্দেশ্যে মনোবাঞ্চা পূৰণাৰ্থে শিৱ বাবাক পূজা কৰি সন্তোষ্টি কৰাৰ । সেই একে দৃশ্য দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাতো । বটদ্ৰৱাৰ পবিত্র আকাশী গংগাৰ টিৰত ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ শ শ দৰ্শনাথী উপস্থিত হৈ আকাশী গংগাৰ জলধাৰাৰ পৰা তুলিছে পানী । কৰিছে আনন্দ স্ফূর্তি । কোনো দলে যদি নাচিছে কোনোবাই আকৌ গাইছে ঘোষা । মুঠৰ ওপৰত সকলো শিৱ বাবাৰ ভকত বৈষ্ণৱক দেখিবলৈ পোৱা গ'ল গুৰুজনাৰ জন্মস্থানত ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.