ETV Bharat / state

বটদ্ৰৱাত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি - BATADRAVA RAS MOHOTSAV PREPARATION

এইবৰ্ষত দক্ষিণ জাজৰি বগৰীগুৰিৰৰ এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে গাওঁখনৰ জীয়ৰী-বোৱাৰী, কিশোৰ-কিশোৰীৰ লগতে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ লোক ।

বটদ্ৰৱাত ৰাস মহোৎসৱৰ প্ৰস্তুতি
author img

By

Published : Nov 2, 2019, 7:06 PM IST

বটদ্ৰৱা,2 নৱেম্বৰ: সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৰাজ্যজুৰি চলিছে শ্ৰী কৃষ্ণৰ ৰাসলীলা উপলক্ষে ব্যাপক প্ৰস্তুতি । ৰাসলীলাৰ আখৰাত ইতিমধ্যেই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো । মাজনিশা দূৰৈৰ আখৰা থলীৰ পৰা ভাঁহি অহা খোল-তাল আৰু বাঁহীৰ সুৰীয়া শব্দই ইতিমধ্যেই সমগ্ৰ অসমতে সৃষ্টি কৰিছে উগুল-থুগুল পৰিৱেশৰ ।

বটদ্ৰৱাত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ইয়াৰ সমান্তৰালকৈ বটদ্ৰৱাৰ দক্ষিণ জাজৰিতো চলিছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি । এইবৰ্ষত দক্ষিণ জাজৰি বগৰীগুৰিৰৰ এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে গাওঁখনৰ জীয়ৰী-বোৱাৰী, কিশোৰ-কিশোৰীৰ লগতে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ লোক । গোপ-গোপী, শিশু শ্ৰীকৃষ্ণ, কংস আৰু অসুৰ আদি ভিন্ন চৰিত্ৰৰে চমক দিবলৈ সাজু হৈছে ভাৱৰীয়া সকল । উল্লেখ্য যে, শান্তি সম্প্ৰতি প্ৰতিষ্ঠাৰ বাবে দক্ষিণ জাজৰি একশৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰে প্ৰতিবছৰে উদযাপন কৰি আহিছে শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ ।

Intro:সমাগত ৰাস মহোৎসৱ। শ্ৰী কৃষ্ণ ৰাসলীলা উপলক্ষে ব্যাপক প্ৰস্ততি। আখৰাত ব্যস্ত বটদ্ৰৱাৰ জাজৰী অঞ্চলৰ মহিলাসকল।Body:"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।" কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্যৰ চৌদিশ।ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ বটদ্ৰৱাৰ দক্ষিণ জাজৰিতো শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। দক্ষিণ জাজৰি বগৰীগুৰিৰৰ এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ইতিমধ্যে ব্যস্ত এতিয়া গাওঁখনৰ মহিলা, জীয়ৰী বোৱাৰী, কিশোৰীসকল। ৰাসলীলাৰ আখৰাত ব্যস্ত হৈ পৰিছে শিশুৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ লোক৷ গোপ-গোপী, শিশু শ্ৰীকৃষ্ণ, কংস আৰু অসুৰ আদি চৰিত্ৰত অভিনয় কৰিব লগীয়া সকলো এতিয়া ব্যস্ত হৈ পৰিছে আখৰাত ৷ উল্লেখ্য যে শান্তি সম্প্ৰতি প্ৰতিষ্ঠাৰ বাবে দক্ষিণ জাজৰি একশৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰত বিগত বছৰৰ দৰে এইবাৰো শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হব। _________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.