ETV Bharat / state

ধিঙত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Dec 1, 2019, 12:34 AM IST

ধিঙত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী । পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছ নেতা কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

BATADRAVA CONGRESS PROTEST
ধিঙত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

বটদ্ৰৱা,30 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে । বটদ্ৰৱা সমষ্টিৰ ধিঙতো শনিবাৰে বটদ্ৰৱা ব্লক কংগ্ৰেছে পিয়াঁজৰ মালা পিন্ধি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা ,নিবনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিকে আদিকৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত বটদ্ৰৱা ব্লক কংগ্ৰেছৰ নেতা কৰ্মীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী ধৰ্ণাত চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে কঁপাই তোলে ধিঙৰ ৰাজপথ ।

Intro:ধিঙত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী । পিয়াঁজৰ মালা পিন্ধি কংগ্ৰেছ নেতা কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ।Body:সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদী । বটদ্ৰৱা সমষ্টিৰ ধিঙতো শনিবাৰে বটদ্ৰৱা ব্লক কংগ্ৰেছে পিয়াঁজৰ মালা পিন্ধি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা ,নিবনুৱা সমস্যা, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিকে আদিকৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত বটদ্ৰৱা ব্লক কংগ্ৰেছৰ নেতা কৰ্মীয়ে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে । প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী ধৰ্ণাত চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে কঁপাই তোলে ধিঙৰ ৰাজপথ ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.