বঢ়মপুৰ, 30 জুলাই: হাতীখুটিত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱা মথাউৰি ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি অঞ্চলত বৰপানী নদীৰ বাঢ়নী পানীয়ে মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ খহাই নিয়াত অন্ধকাৰ নামি আহিছে হাজাৰ হাজাৰ কৃষক ৰাইজৰ জীৱনলৈ ৷ মথাউৰিটো ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত যোৱাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ ৷ মথাউৰিটোৱে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম ৷ কিন্তু বৰপানী নদীয়ে মথাউৰিটো ভাঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰতো দুৰ্ভোগ ভুগিছে ৰাইজে। সেয়ে চৰকাৰলৈ বাট নাচাই ৰাইজে নিজেই শ্ৰম দানেৰে মেৰামতি কৰিছিল উক্ত মথাউৰিটো। আনহাতে প্ৰায় 18 লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তৰ ফালৰ পৰা মথাউৰিটোৰ নিৰ্মাণৰ কাম চলি আছিল যদিও বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়ে মথাউৰিটো। আনহাতে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক অতি শীঘ্ৰেই মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷
চৰকাৰলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে মথাউৰি - বৰপানী নদী
হাতীখুটিত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱা মথাউৰি ৷ মথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ অংশ খহাই নিয়াত এতিয়া অন্ধকাৰ নামি আহিছে হাজাৰ হাজাৰ কৃষকৰ জীৱনলৈ ৷
![চৰকাৰলৈ বাট নাচায় ৰাইজে মেৰামতি কৰিলে মথাউৰি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3995521-thumbnail-3x2-bandh.jpg?imwidth=3840)
বঢ়মপুৰ, 30 জুলাই: হাতীখুটিত ৰাইজে শ্ৰম দান কৰি মেৰামতি কৰিলে বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱা মথাউৰি ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটি অঞ্চলত বৰপানী নদীৰ বাঢ়নী পানীয়ে মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ খহাই নিয়াত অন্ধকাৰ নামি আহিছে হাজাৰ হাজাৰ কৃষক ৰাইজৰ জীৱনলৈ ৷ মথাউৰিটো ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত যোৱাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ ৷ মথাউৰিটোৱে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম ৷ কিন্তু বৰপানী নদীয়ে মথাউৰিটো ভাঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰতো দুৰ্ভোগ ভুগিছে ৰাইজে। সেয়ে চৰকাৰলৈ বাট নাচাই ৰাইজে নিজেই শ্ৰম দানেৰে মেৰামতি কৰিছিল উক্ত মথাউৰিটো। আনহাতে প্ৰায় 18 লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তৰ ফালৰ পৰা মথাউৰিটোৰ নিৰ্মাণৰ কাম চলি আছিল যদিও বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়ে মথাউৰিটো। আনহাতে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক অতি শীঘ্ৰেই মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷
Vo= নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত হাতীখুটিত বৰপানী নদীৰ বাঢ়নী পানীয়ে হাতীখুটিৰ মথাউৰিটো প্ৰায় ৫০ মিটাৰ খহাই নিয়াত অঞ্চলটোৰ প্ৰায় হাজাৰ হাজাৰ কৃষকৰ জীৱনলৈ অন্ধকাৰ নামি অাহিছে। মথাউৰিটো ভাঙি যোৱাৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত যোৱাত কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিব লগা হৈছে।মথাউৰিটোৱে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ মাধ্যম। কিন্তু বৰপানী নদীয়ে মথাউৰিটো ভাঙি নিয়াত যাতায়তত দুৰ্ভোগ ভূগিছে ৰাইজে। সেয়ে চৰকাৰলৈ বাট নাচাই ৰাইজে শ্ৰম দানেৰে মেৰামতি কৰিলে মথাউৰি।
Byte= ১) স্থানীয় লোক
২) স্থানীয় লোক
Body:VO= অানহাতে প্ৰায় ১৮ লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তৰ ফালৰ পৰা মথাউৰিটোৰ নিৰ্মাণৰ কাম চলি অাছিল যদিও বৰপানী নদীৰ বাঢ়নী পানীয়ে ভাঙি নিয়ে মথাউৰিটো। আনহাতে আজিপৰ্যন্ত চেহেৰা নেদেখা ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক শীঘ্ৰে মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ অাহ্বান জনাইছে ৰাইজে।
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: