ETV Bharat / state

কামপুৰত ৰে’লৰ খুন্দাত কিশোৰী নিহত - কিশোৰী নিহত

নিশা কামপুৰৰ কাকতি গাঁৱত তীব্ৰবেগী ৰে’লে মহতিয়াই নিয়াৰ ফলত মৃত্যু হয় আকলিমা বেগম কিশোৰীগৰাকী ৷

কামপুৰত ৰে’লৰ খুন্দাত কিশোৰী নিহত
author img

By

Published : Jun 13, 2019, 10:18 AM IST

  • নিশা কামপুৰৰ কাকতি গাঁৱত অঘটন
  • তীব্ৰেবেগী ৰে'লে মহতিয়াই নিলে এগৰাকী কিশোৰীক
  • থিতাতে নিহত হয় আকলিমা বেগম নামৰ কিশোৰী গৰাকী
  • চাপৰমুখ ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে

Intro:নিশা কামপুৰৰ কাকতি গাঁৱত অঘটন।তীব্ৰেবেগী ৰে'লে মহতিয়াই নিলে এগৰাকী কিশোৰীক।থিতাতে নিহত হয় অাকলিমা বেগম নামৰ কিশোৰী গৰাকী।চাপৰমুখ ৰে'ল অাৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে |

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.