ETV Bharat / state

কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰতিবাদঃ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

author img

By

Published : Jan 25, 2020, 11:30 PM IST

শনিবাৰে নগাঁৱৰ কচুৱাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক, বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰহা সমষ্টিৰ যুৱ কংগ্ৰেছৰ একাংশ সদস্যই ৷

মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

কচুৱা, 25 জানুৱাৰীঃ নগাঁৱৰ কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক বিনা চৰ্তে মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ CAA ৰ বিৰোধিতা কৰাৰ বাবে কামৰুল ইছলামক চৰকাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ'বেক, হিমন্ত বিশ্ব গ'বেক আদি চৰকাৰ বিৰুধী শ্ল'গানেৰে কচুৱা অঞ্চল উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক ঃ মুখ্যমন্ত্ৰীৰ সমষ্টিত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

Intro:কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ।

ANCHOR= নগাৱৰ কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি 'কামৰুল ইছলাম চৌধুৰী'ক বিনা চৰ্তে মূক্তিৰ দিয়া দাবীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে।CAA ৰ বিৰুধীতা কৰাৰ বাবে কামৰুল ইছলামক চৰকাৰে ভুৱা গোচত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ'বেক, হিমন্ত বিশ্ব গ'বেক আদি চৰকাৰ বিৰুধী শ্ল'গানে উত্তাল কৰি তুলে কচুৱা অঞ্চল।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.