ETV Bharat / state

বঢ়মপুৰৰ পথ দুৰ্ঘটনাত নিহত এটি ১০ বছৰীয়া শিশু - বঢ়মপুৰৰ কামপুৰ মাগুৰ গাঁৱৰ নলডুবাত পথ দুৰ্ঘটনাত এটি 10 বছৰীয়া শিশুৰ মৃত্যু

বঢ়মপুৰৰ কামপুৰ মাগুৰ গাঁৱৰ নলডুবাত পথ দুৰ্ঘটনাত এটি 10 বছৰীয়া শিশুৰ মৃত্যু ৷ উত্তেজিত ৰাইজে জ্বলালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷

Bahampur Kampur Accident : Died 10 years Child
বঢ়মপুৰৰ পথ দুৰ্ঘটনাত নিহত এটি ১০ বছৰীয়া শিশু
author img

By

Published : Jan 21, 2020, 11:26 PM IST

নগাঁও, 21 জানুৱাৰী: নগাঁও জিলাৰ কামপুৰ মাগুৰ গাঁও পঞ্চায়তৰ নলডুবাত এটি পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া তীব্ৰ উত্তেজনামূলক পৰিবেশৰ সৃষ্টি হয় । অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় চাহিদ আলম নামৰ এটি দহবছৰীয়া শিশু । লগতে দূৰ্ঘটনাটোত গুৰতৰভাৱে আহত হয় নিহত শিশুটিৰ পিতৃ হামেদ আলী ৷ দূৰ্ঘটনাৰ পাছতে উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাকখন ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু কামপুৰ আৰক্ষী উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা কৰে । ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকচালক জনে । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং হৈছে ASN-5623 ৷

বঢ়মপুৰৰ পথ দুৰ্ঘটনাত নিহত এটি ১০ বছৰীয়া শিশু

লগতে পঢ়ক:ইৰাকৰ গ্ৰীণ জ'নস্থিত মাৰ্কিন দুতাবাসত ৰকেট আক্ৰমণ

Intro:বঢ়মপুৰৰ কামপুৰ মাগুৰ গাৱৰ নলডুবাত পথ দূৰ্ঘটনা । নিহত হয় ১০ বছৰীয়া এটি শিশু আহত এক ।

ANCHOR= নগাঁও জিলাৰ কামপুৰ মাগুৰ গাঁও পঞ্চায়তৰ নলডুবাত এটি পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া তীব্ৰ উত্তেজনামূলক পৰিবেশৰ সৃষ্টি হয় । অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় চাহিদ আলম নামৰ এটি দহবছৰীয়া শিশু। দূৰ্ঘটনাৰ পাছতে উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাক খন৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু কামপুৰ আৰক্ষী উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা কৰে।ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ণ কৰে ট্ৰাক চালক জন। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নং ASN-5623 ৷ ইপিনে দূৰ্ঘটনাটোত আহত হয় নিহত শিশুটিৰ পিতৃ হামেদ আলী ৷Body:Byte= স্থানীয় লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.