ETV Bharat / state

ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ বঁটা প্রদান শিক্ষক মাইনুল হক চৌধুৰীক

author img

By

Published : Feb 21, 2021, 9:16 PM IST

সদৌ অসম শিক্ষা মিত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সদৌ অসম শিক্ষা মিত্র টেট শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা, লাহৰিঘাট অঞ্চলৰ সমাজসেৱক, শিক্ষক মাইনুল হক চৌধুৰীক ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ নাগৰিকত্ব শান্তি বঁটা প্রদান ।

ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ তৰফৰ পৰা বঁটা প্রদান শিক্ষক মাইনুল হক চৌধুৰীক

ধিং, ২১ ফেব্ৰুৱাৰী: সদৌ অসম শিক্ষা মিত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সদৌ অসম শিক্ষা মিত্র টেট শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা, লাহৰিঘাট অঞ্চলৰ সমাজসেৱক, শিক্ষক মাইনুল হক চৌধুৰীক সন্মান ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ । শনিবাৰে গুৱাহাটী চায়েন্স মিউজিয়াম অডিটৰিয়ামত ২০২১ বৰ্ষৰ নাগৰিকত্ব শান্তি বঁটা প্রদান কৰে ।

উল্লেখ্য যে, শিক্ষক মাইনুল হক চৌধুৰীয়ে শিক্ষকতাৰ দৰে গুৰু দায়িত্ব পালন কৰাৰ উপৰিও সামাজিক কাম-কাজৰ লগত ওতঃপ্রোতভাৱে জড়িত । ইয়াৰ বাবে বিভিন্ন সময়ত চৰকাৰী-বেচৰকাৰী সংস্থাৰ পৰা লাভ কৰি আহিছে বঁটা । ২০১৫ চনত গুৱাহাটী হাইটেক মহাবিদ্যালয়ৰ পৰা হাই টেক লিডাৰশ্বিপ বঁটা , ২০১৬ চনত দিল্লী এন আই চিৰ পৰা গল্ডেন চিটিজেন অফ ইণ্ডিয়া এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং এচিভমেন্ট, নিউজ-৩০ বাতৰি কাকতৰ পৰা প্ৰদান কৰে এক্সচেলেন্ট প্ৰাইমাৰী শিক্ষক এৱাৰ্ডৰ উপৰিও ১৯১৯ চনত ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ পৰা চৌধুৰীয়ে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

শনিবাৰেও ৰাজ্যিক সামাজিক ন্যায় আয়োগৰ পৰা নাগৰিকত্ব শান্তি বঁটা লাভ কৰি লাহৰিঘাট অঞ্চললৈ এক গৌৰৱ কঢ়িয়াই আনে । শিক্ষক মাইনুল হক চৌধুৰীৰ এই বঁটা লাভ কৰাত এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী আনন্দত উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক:ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.