ETV Bharat / state

ইউ পি এছ চিত উত্তীৰ্ণ হোৱাৰ সপোন দেখিব লাগে : শংকৰ ব্ৰত ৰায়মেধি - নগাঁও

নগাওঁ জিলাৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ সামৰণি সভাত আই পি এছ বিষয়া  শংকৰ ব্ৰত ৰায় মেধি উপস্থিত থাকে ৷ ৰায়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় ৷

ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সামৰণি অনুষ্ঠান
author img

By

Published : Aug 2, 2019, 11:17 AM IST

নগাঁও, 2 আগষ্টঃ নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়াৰ সামৰণি অনুষ্ঠান ৷ সামৰণি সভাত বঁটা বিতৰণ কৰে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৷

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান

অনুষ্ঠানৰ সামৰণি সভাত আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধি উপস্থিত থাকে ৷ ৰায়ে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় ৷ তাৰোপৰি ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিব লাগে বুলি মন্তব্য কৰে । ৰাজ্যখনৰ লগতে নগাঁৱৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে ৷ কনিষ্ঠ মহাবিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । আনহাতে কনিষ্ঠ মহাবিদ্যালয়খনে কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰে অধ্যক্ষ দিলীপ বৰাই ৷

Intro:ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়াৰ সামৰণি অনুষ্ঠানত আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধি। ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন দেখিব লাগে ছাত্ৰ ছাত্ৰীয়ে।

Body:বৃহস্পতিবাৰে সামৰণি পৰে নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়াৰ । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ছাত্ৰীলৈ ছাত্ৰ ছাত্ৰীক আই পি এছ বিষয়া তথা নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ আহ্বান। মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে দেখিব লাগে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সপোন। ৰাজ্যখনৰ লগতে নগাঁৱৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ইউ পি এছ চি পৰীক্ষাত। কণিষ্ঠ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দক্ষ আই পি এছ বিষয়া শংকৰ ব্ৰত ৰায় মেধিয়ে প্ৰদান কৰে বহু গুৰুত্বপূৰ্ণ ভাষণ। বৃহস্পতিবাৰে অনুষ্ঠিত কণিষ্ঠ মহাবিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান বঁটা বিতৰণ কৰা হয়। কণিষ্ঠ মহাবিদ্যালয়খনে কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰখা বুলি মন্তব্য অধ্যক্ষ দিলীপ বৰাৰ।
bite. sp , দিলীপ বৰা
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.