ETV Bharat / state

নগাঁৱৰ বসন্ত উৎসৱত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা - নগাঁও

সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ আহ্বায়ক , নগাঁৱৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ তৎপৰতাত বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হয় বসন্ত উৎসৱ ।

নগাঁৱৰ বসন্ত উৎসৱত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : May 19, 2019, 5:01 PM IST

নগাঁও, 19 মেঃ কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত শনিবাৰৰ পৰা অনুষ্ঠিত হয় বসন্ত উৎসৱ ২০১৯ । নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজিত বসন্ত উৎসৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নগাঁৱৰ বসন্ত উৎসৱত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ আহ্বায়ক , নগাঁৱৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ তৎপৰতাত বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হয় বসন্ত উৎসৱ । উল্লেখ্য যে, এই বসন্ত উৎসৱত শব্দ আৰু আৰু পোহৰ নিয়ন্ত্ৰক গোপাল শৰ্মাক কলংপৰীয়া শিল্পী বঁটা প্ৰদান কৰা হয় ।

Intro:নগাঁৱৰ বসন্ত উৎসৱত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। শব্দ আৰু পোহৰ নিয়ন্ত্ৰক গোপাল শৰ্মাক প্ৰদান কলংপৰীয়া বঁটা।

Body:কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত শনিবাৰে অনুষ্ঠিত বসন্ত উৎসৱ ২০১৯ । নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজিত বসন্ত উৎসৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে শব্দ আৰু আৰু পোহৰ নিয়ন্ত্ৰক গোপাল শৰ্মাক প্ৰদান কৰা হয় কলংপৰীয়া শিল্পী বঁটা। ১৯৬৯ চনতে কলিকতাৰ পৰা শব্দ নিয়ন্ত্ৰকৰ তিনিবছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰা গোপাল শৰ্মাৰ দ্বাৰা নিয়ন্ত্ৰিত শব্দ আৰু পোহৰত গীত পৰিবেশন কৰি গোপাল শৰ্মাক প্ৰশংসা কৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজাৰিকাকে ধৰি বহু শিল্পীয়ে। নেহেৰুৱালীত অনুষ্ঠিত হোৱা বসন্ত উৎসৱত গীত পৰিবেশন কৰে গান্ধীনগৰৰ অটোৱালা খ্যাত ভৃগু কাশ্যপ, নীল অকাশকে ধৰি বহু কেইজন শিল্পীয়ে। উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা সৃষ্টিৰ উদ্যোগত নগাঁৱত অনুষ্ঠিত হৈ অহা বসন্ত উৎসৱত ২০০৯ চনৰ পৰা প্ৰদান কৰা হয় কলংপৰীয়া বঁটা। সাংস্কৃতিক অনুষ্ঠান সৃষ্টিৰ আহ্বায়ক , নগাঁৱৰ বিধায়ক তথা নগাওঁ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ তৎপৰাত বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হয় বসন্ত উৎসৱ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ তিনিটা দিন । তেনে সময়ত প্ৰাৰ্থী সকল হিচাপ নিকাচ ত ব্যস্ত । কিন্তু ৰূপক শৰ্মাক দেখা গল বসন্ত উৎসৱত ব্যস্ত থকা।
---------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৯-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.