ETV Bharat / state

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

উল্লেখ্য যে নগাঁও-জুৰীয়া সংযোগী সোনাই চাইদৰীয়া গড়কাপ্তানি পথটোৰ অচলাৱস্থাৰ উপৰিও অঞ্চলটোত থকা জৰাজীৰ্ণ কাঠৰ দলং খনেৰে বিপদ সংকুলভাবে বছৰ বছৰ ধৰি ৰাইজে যাতায়ত কৰি আহিছে ৷ জানিব পৰা মতে চৰকাৰে দলংখন পকীকৰণৰ বাবে ১কোটি ২৫লাখ টকাৰ আৱণ্টন দিয়ে যদিও পাঁচ মাহে ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন৷

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি
author img

By

Published : May 10, 2019, 5:47 PM IST

জুৰীয়া, 10মেঃ নগাঁও জিলা গড়কাপ্তানি বিভাগৰ চৰম দায়িত্বহীনতাৰ ফলত বৰ্তমান জুৰিয়াৰ পথত পুখুৰী সদৃশ গাত৷ কুম্ভকৰ্ণ নিদ্ৰাত থকা গড়কাপ্তানি বিভাগ সেয়ে দগাঁও, সুতিৰপাৰ,বালুচৰৰ শতাধিক গাঁৱৰ ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে । ৰাইজৰ কথা চিন্তা কৰিবলৈ আহৰি নাই বিভাগটোৰ৷ ফলত পুখুৰী সদৃশ গাতটোৰে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে৷

জুৰিয়াত গড়কাপ্তানি বিভাগৰ পথ নিৰ্মাণত গাফিলতি

উল্লেখ্য যে নগাঁও-জুৰীয়া সংযোগী সোনাই চাইদৰীয়া গড়কাপ্তানি পথটোৰ অচলাৱস্থাৰ উপৰিও অঞ্চলটোত থকা জৰাজীৰ্ণ কাঠৰ দলং খনেৰে বিপদ সংকুলভাবে বছৰ বছৰ ধৰি ৰাইজে যাতায়ত কৰি আহিছে৷ জানিব পৰা মতে চৰকাৰে দলংখন পকীকৰণৰ বাবে ১কোটি ২৫লাখ টকাৰ আৱণ্টন দিয়ে যদিও পাঁচ মাহে ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানী নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন৷ ঠিকাদাৰ আৰু নাহাটা কনষ্ট্ৰাকচন কোম্পানীৰ কামৰ নমুনা, বৰ্তমানেও এখন বাহঁৰ সাঁকোৰে যাতায়ত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে৷

আনহাতে নগাঁও সদৰ সমষ্টি আৰু ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সীমাত থকা এই দলংখনৰ নিৰ্মাণৰ অতি লেহেমীয়া গতিৰ সুবিধা লৈছে একাংশ টেম্প চালকে। নগাঁৱৰ পৰা জুৰীয়ালৈ আহিবলৈ এগৰাকী যাত্ৰীয়ে ব্যয় কৰিব লাগে ৩৫ টকা৷ ইয়াৰোপৰি সুতিৰপাৰ , বালুচৰৰ লোক সকলে ভৰিব লাগে ৩৫+১৫=৫০ টকা ৷ টেম্প চালকৰ এনে দৌৰাত্ম অব্যাহত থকাৰ পিচতো ৰহস্যজনক ভাবে মৌন হৈ আছে প্ৰশাসন।

Intro:জুৰীয়া নগাঁও সংযোগী গড়কাপ্তানি পথৰ কদয্য ৰূপ ৷ দলং নিৰ্মাণ লেহেমীয়া ৷ উপপথত চৰিছে হাহঁঁ ৷Body: নগাঁও জিলা গড়কাপ্তানি বিভাগৰ চৰম দায়িত্ব হীনতাৰ বাবেই এতিয়া জুৰীয়া , দগাওঁ , সুতিৰপাৰ , বালুচৰ আদিৰ শতাধিক গাৱঁৰ ৰাইজে জীয়াতু ভূগিবলীয়া হৈছে।নগাঁও জুৰীয়া সংযোগী মূল পথটোৰ এখন দলং নিৰ্মানক লৈয়ে যাতায়তৰ ক্ষেত্ৰত দেখা দিছে অচলাৱস্থা।নগাঁও-জুৰীয়া সংযোগী সোনাই চাইদৰীয়া মূল গড়কাপ্তানি পথটোত থকা জৰাজীৰ্ণ কাঠৰ দলং খনেৰে বছৰ বছৰ ধৰি ৰাইজে যাতায়ত কৰি আহিছিল যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন গড়কাপ্তানি বিভাগটোৱে বাৰিষা আগমনৰ সময়ত হঠাতে সাৰপালে।দলংখন পকী কৰণৰ আচনি গ্ৰহন কৰি ১কোটি২৫লাখ টকাৰ কামৰ আৱণ্টন দিয়ে ৰজা ঘৰৰ আৰ্শীবাদ পুষ্ট ঠিকাদাৰ প্ৰতিষ্ঠান নাহাটা কনষ্ট্ৰাকচন কোম্পানী নামৰ প্ৰতিষ্ঠান টোক।কিন্তু যোৱা পাঁচ মাহে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কৰা কামৰ নমুনা চাওক।বিশেষ কোনো কামৰ অগ্ৰগতি নাই।ইয়াৰ উপৰি ৰাইজৰ যাতায়ত সূচল কৰি ৰখাৰ স্বাৰ্থত এটা উপপথ নিৰ্মান ৰ বাবে পৃথকে ধন আৱণ্টন দিয়াৰ পিচতো উপপথৰ নামত ঠায়েঠায়ে পুখুৰী সদৃশ দ গাত যত এতিয়া মানুহে যাতায়ত কৰাৰ পৰিৱৰ্তে হাহঁ চৰে,আৰু এখন বাহঁৰ সাকো ,যি খনেৰে বিপদ সংকুল ভাবে যাতায়ত কৰিব লগীয়া হয়‌।এইদৰে উপ পথ নিৰ্মান কৰিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰে।নগাঁও সদৰ সমষ্টি আৰু ৰূপহীহাট সমষ্টিৰ জুৰীয়াৰ সীমাত থকা এই দলংখনৰ নিৰ্মানৰ অতি লেহেমীয়া গতিৰ সুবিধা গ্ৰহন কৰিছে একাংশ টেম্প চালকে।পূৰ্বে নগাঁৱৰ পৰা জুৰীয়ালৈকে টেম্পৰ ভাড়া ২০টকা আছিল যদিও এতিয়া নগাৱৰ পৰা বালুগুটীয়াস্থিত ভগা দলংলৈকে ভাড়া লোৱা হয় ১৫ টকা।সেইদৰে উক্তস্থানৰ পৰা জুৰীয়া লৈকেও ভাড়া লোৱা হয়২০টকা।মুঠতে নগাৱৰ পৰা জুৰীয়ালৈ আহিবলৈ এগৰাকী যাত্ৰীয়ে ব্যয় কৰিব লাগে ৩৫ টকা ইফালে সুতিৰপাৰ , বালুচৰৰ লোক সকলে ভৰিব লাগে ৩৫+১৫=৫০ টকা ৷টেম্প চালকৰ এনে দৌৰাত্ম অব্যাহত থকাৰ পিছতো ৰহস্য জনক ভাবে মৌন প্ৰশাসন।
ৰূপহী (জুৰীয়া)ৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.